--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • নিশা পতি-পত্নীৰ মাজত কাজিয়াৰ সৃষ্টি হৈছিল আৰু এই কাজিয়াই ভয়ংকৰ ৰূপ লৈছিল।

ডিজিটেল ডেস্ক: গোৱালপাৰাৰ সিধাবাৰীত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। স্বামীৰ হাতত প্ৰাণ গ’ল পত্নীৰ। পত্নীক ডিঙি চেপি হত্যা কৰিলে স্বামীয়ে। আৰক্ষীক হত্যাকাৰী স্বামীয়ে দিলে স্বাকাৰোক্তি। 


ৰমজান মাহৰ দ্বিতীয় নিশা সিধাবাৰী ২য় খণ্ডত সংঘটিত এই জঘন্য হত্যাকাণ্ডই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সিধাবাৰীৰ কমলা খাতুনক স্বামী আব্দুৰ ৰহমানে হত্যা কৰাৰ অভিযোগ। 


নিশা পতি-পত্নীৰ মাজত কাজিয়াৰ সৃষ্টি হৈছিল আৰু এই কাজিয়াই ভয়ংকৰ ৰূপ লৈছিল। ফলত আব্দুৰ ৰহমানে পত্নীক ডিঙি চেপি হত্যা কৰা বুলি সন্দেহ প্ৰকাশ স্থানীয় লোকৰ। নিশাৰ ভাগতে পৰিয়ালৰ লোকে কমলাক মাতিবলৈ গৈ কমলাৰ মৃতদেহ উদ্ধাৰ কৰে। 


ইপিনে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃহদেহটো মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে কমলাৰ স্বামী আব্দুৰক গ্ৰেপ্তাৰ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ