--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • সেই কেইজন হ'ল ক্ৰমে ক্ষুদ্ৰ চেনীকুছিৰ ধ্ৰুৱ দাস , নলবাৰী দিঘেলীৰ মানস দাস, সাহপুৰৰ চন্দন,আৰু নমাটিৰ হেমন্ত মালকাৰ।

ডিজিটেল ডেস্ক: নলবাৰী জিলাৰ আল্লিয়া বনগাঁৱত নিশা এজন কুখ্যাত চোৰক আটক কৰে ৰাইজে। জলজীৱন মিছন আঁচনি পানীৰ পাইপ চুৰি কৰি থাকোতে হাতে লোটে আটক কৰে ।


ধৃত চোৰ জন ক্ষুদ্ৰ চেনীকুছিৰ অৰূপ দাস। ধৃত অৰূপ দাসৰ লগত আহিছিল আৰু চাৰিজন চোৰ।


সেই কেইজন হ'ল ক্ৰমে ক্ষুদ্ৰ চেনীকুছিৰ ধ্ৰুৱ দাস , নলবাৰী দিঘেলীৰ মানস দাস, সাহপুৰৰ চন্দন,আৰু নমাটিৰ হেমন্ত মালকাৰ।


জানিব পৰা মতে আল্লিয়া বনগাঁৱৰ জলজীৱন আঁচনিৰ পানীৰ পাইপ পূৰ্বেও এই কেইগৰাকী চোৰে চুৰি কৰিছিল।


চুৰি কৰা এইসমূহ পাইপ নমাটিৰ হেমন্ত মালকাৰৰ ওচৰত বিক্ৰী কৰে।

 

ইতিমধ্যে ঘটনাস্থলীত ঘগ্ৰাপাৰ আৰক্ষী থানাত আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ