--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্ৰত্যক্ষদর্শীৰ মতে গোলাঘাটৰ ৰেঞ্জাৰ লিক্ষেশ্বৰ দাস, মাতাল বনকৰ্মী অজয় তিমুঙৰ সহিতে কেইবাজনো বনকৰ্মীয়ে কৰিছিল সুৰাৰ পাৰ্টি।

ডিজিটেল ডেস্কঃ  গোলাঘাটৰ পাহাৰলাইন বন শিবিৰত ভয়ংকৰ ঘটনা।মাতাল বনকর্মীৰ গুলীত আঘাতপ্ৰাপ্ত এজন।পাহাৰলাইন বন শিবিৰৰ বনকৰ্মী অজয় তিমুঙৰ বন্ধুকৰ গুলিত আঘাতপ্ৰাপ্ত এজন লোক।সন্ধ্যাৰ লগে লগে সুৰাৰ ৰাগীত মাতাল হৈ থকা বনকৰ্মীৰ গুলিত আহত হয় বিহুদা ইন্দোৱাৰ নামৰ লোকজন।


প্ৰত্যক্ষদর্শীৰ মতে গোলাঘাটৰ ৰেঞ্জাৰ লিক্ষেশ্বৰ দাস, মাতাল বনকৰ্মী অজয় তিমুঙৰ সহিতে কেইবাজনো বনকৰ্মীয়ে কৰিছিল সুৰাৰ পাৰ্টি। সুৰাৰ ৰাগীত মাতাল হৈ হঠাৎ নিৰ্বিচাৰ গুলীচালনা কৰে।


ফলত স্থানীয় দুজন লোক আহত হয়।তাৰে এজন, বন্দুকৰ গুলী ভৰিত লগাৰ ফলত আহত হয় আৰু আনজন গুলীৰ শব্দ শুনি পলায়ন কৰোতে আহত হয়।


ইতিমধ্যে আহত লোকজনক গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ