--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোপনে বিবাহপাশত আৱদ্ধ হ’ল জনপ্ৰিয় অভিনেত্ৰী তাপসী পান্নু। যোৱা কেইদিনমানৰ পৰা সংবাদ মাধ্যমে দাবী কৰি আছিল যে তাপসীয়ে দীৰ্ঘদিনীয়া প্ৰেমিক মাথিয়াছ ব’ক বিয়া কৰাব। এতিয়া খবৰ আহিছে যে তাপসীয়ে উদয়পুৰত গোপনে বিয়া পাতিছে। ২৩ মাৰ্চত তাপসীয়ে মাথিয়াছ ব’ৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।

পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ বন্ধুৰ উপস্থিতিত তাপসী আৰু প্ৰাক্তন অলিম্পিক পদক বিজয়ী মাথিয়াছ ব’ৰ বিবাহ হয়। জানিব পৰা মতে ২০ মাৰ্চৰ পৰা আৰম্ভ হৈছিল অভিনেত্ৰীগৰাকীৰ বিয়াৰ অনুষ্ঠান। 

সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ বিচৰা নাছিল নৱ দম্পতীয়ে। সেয়ে সংবাদ মাধ্যম আৰু লাইমলাইটৰ পৰা আঁতৰি থাকি গোপনে বিয়াৰ অনুষ্ঠানৰ আয়োজন কৰিছিল তাপসী আৰু মেথিয়াছে। 

খবৰ অনুসৰি তাপসীয়ে তেওঁৰ বিয়ালৈ কেৱল তেওঁৰ ঘনিষ্ঠ বন্ধু অনুৰাগ কাশ্যপ আৰু কণিকা ধিলনক নিমন্ত্ৰণ কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ