--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • চৌধুৰীপাম গাঁৱৰ আব্দুল খালেকৰ জীয়ৰী খাইৰুণ নেছাৰ লগত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।

ডিজিটেল ডেস্কঃ  গৰৈমাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। কলেজীয়া ছাত্ৰীক হত্যা কৰিলে প্ৰেমিকে।


দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ জোৰশিমুলী আৰক্ষী চকীৰ এলেকাধীন চৌধুৰীপামত চাঞ্চল্যকৰ হত্যাকাণ্ড। কলেজীয়া ছাত্ৰী খাইৰুণ নেছাক হত্যা কৰিলে প্ৰেমিকে।


চৌধুৰীপাম গাঁৱৰ আব্দুল খালেকৰ জীয়ৰী খাইৰুণ নেছাৰ লগত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।


দিন দুপৰতে ডেগাৰেৰে ঘপিয়াই হত্যা কৰি পলায়ন কৰিলে হত্যাকাৰী নুৰুল ইছলাম ওৰফে আশিক।


প্ৰেমজনিত কাৰণত গৰৈমাৰীৰ বালাগাঁও চৰৰ লম্পট যুৱক নুৰুল ইছলামে খাইৰুন নেছাক হত্যা কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।


জানিব পৰা মতে, খাইৰুণ নেছা নামৰ যুৱতীগৰাকী সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ স্নাতক প্ৰথম ষাণ্মাষিকৰ ছাত্ৰী।


ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে জোৰশিমুলী আৰু ছয়গাঁও আৰক্ষীৰ দল।


জোৰশিমুলী আৰক্ষীয়ে আৰম্ভ কৰিছে ছাত্ৰী খাইৰুন নেছা হত্যাৰ তদন্ত।


এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ