--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এইবাৰ ৰাজস্থানৰ জয়পুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ গল আদানীৰ হাতলৈ৷ দেশৰ সকলো ৰাজহুৱা সম্পদ পুঁজিপতিৰ হাতত এটা এটাকৈ তুলি দিছে মোদী চৰকাৰে৷ গুৱাহাটী বিমানবন্দৰৰ দায়িত্ব লোৱাৰ দুদিন পিছত এতিয়া আদানি গ্ৰুপে দেওবাৰে নিশাৰ পৰা জয়পুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰিচালনা, ব্যৱস্থাপনা আৰু উন্নয়নৰ দায়িত্ব হাতত ল’বলৈ সাজু হৈছে।

জয়পুৰত এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছিল বিভিন্ন সংগঠন আৰু ৰাজনৈতিক দলে৷ কিন্তু কেন্দ্ৰীয় কেবিনেটে সকলোকে আওকাণ কৰি আদানী গোটৰ হাতত পৰৱৰ্তী ৫০ বছৰৰ বাবে জয়পুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পৰিচালনা, বিকাশ আৰু ৰক্ষণাবেক্ষণৰ অধিকাৰত অনুমোদন জনাইছে।

উল্লেখ্য যে কেন্দ্ৰীয় কেবিনেটে ভাৰতীয় বিমান প্ৰাধিকৰণৰ জৰিয়তে বিশ্বজুৰি আয়োজন কৰা প্ৰতিযোগিতামূলক নিবিদাত সফল হোৱা মেচাৰ্চ আদানী এণ্টাৰপ্ৰাইজেছ লিমিটেডক ৫০ বছৰৰ বাবে তিনিটা বিমান বন্দৰ ক্ৰমে-জয়পুৰ, গুৱাহাটী আৰু থিৰুৱন্তপুৰম বন্দৰৰ পৰিচালনা, ব্যৱস্থাপনা আৰু উন্নয়নৰ বাবে লিজত দিয়াৰ প্ৰস্তাৱত স্বীকৃতি প্ৰদান কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?