--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুৱাহাটী দবা একাডেমী অনুৰ্ধ্ব-৭ দবা চেম্পিয়নশ্বিপ-২০২৪ত  সূৰ্যাংশু শইকীয়াই খিতাপ দখল কৰিছে। প্ৰতিযোগিতাখনত অপৰাজিত হৈ সূৰ্যাংশুৱে ৩ ৰাউণ্ডৰ পৰা ৩ পইণ্ট লাভ কৰে। চূড়ান্ত ৰাউণ্ডত সূৰ্যাংশুৱে আদ্ৱিক বনিকক পৰাস্ত কৰে।

 আদ্বিকে ৩ ৰাউণ্ডৰ পৰা ২ পইণ্ট লাভ কৰে। অগস্ত্য বৰুৱাই ৩ ৰাউণ্ডৰ পৰা ১ পইণ্ট লাভ কৰি তৃতীয় স্থান লাভ কৰে। চতুৰ্থ স্থান লাভ কৰে গৌৰৱ শৰ্মাই। প্ৰতিযোগিতাখন চাৰিজন খেলুৱৈৰ মাজত ৰাউণ্ড ৰবিন লীগ  পদ্ধতিত অনুষ্ঠিত হৈছিল।

প্ৰতিযোগিতা খন গুৱাহাটীৰ আৰ জি বৰুৱা ৰোডৰ গুৱাহাটী দবা একাডেমী চৌহদত ১৫ মাৰ্চৰ পৰা ১৭ মাৰ্চ, ২০২৪লৈ অনুষ্ঠিত হৈছিল। পুৰস্কাৰ বিতৰণ অনুষ্ঠানত বিজয়ীসকলক ট্ৰফী প্ৰদান কৰা হয়। ফিডে আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে মুখ্য আৰ্বিটাৰ হিচাপে প্ৰতিযোগিতাখন পৰিচালনা কৰে।

চূড়ান্ত ৰেংকিংঃ  ১/ চেম্পিয়ন : সূৰ্য্যাংশু শইকীয়া ৩ পইণ্ট।২) দ্বিতীয় স্থান আদ্বিক বনিক ২ পইণ্ট৩/ তৃতীয় স্থান অগস্ত্য বৰুৱা ১ পইণ্ট
৪/ চতুৰ্থ গৌৰৱ শৰ্মা
  

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ