--°C
Loading...
Listen to Article
2 min read
80%
জিটেল ডেস্কঃগুৱাহাটী দবা একাডেমিৰ প্ৰশিক্ষাৰ্থী জগজিত সিন্হা, শুভাঙ্গ প্ৰান কাশ্যপ, সুহান পতি, অন্তৰীপ বৰুৱা আৰু জয়ৰাজ বৰ্মনৰ নাম  বিশ্ব দবা মহাসংঘই এক আগষ্ট,২০২২ত প্ৰকাশ কৰা ফিডে ৰেটিং তালিকাত অন্তৰ্ভুক্ত হৈছে। 

এক আগষ্ট,২০২২ত প্ৰকাশ কৰা ফিডে ৰেটিং তালিকা অনুসৰি জগজিতে ১৩০৯ ৰেটিং পইণ্ট, শুভাঙ্গ প্ৰানে ১২৬৯ ৰেটিং পইণ্ট, সুহানে ১১৫৯ ৰেটিং পইণ্ট, অন্তৰীপে ১১১৩ ৰেটিং পইণ্ট আৰু জয়ৰাজে ১০৩৮ ৰেটিং পইণ্ট লাভ কৰে। 

খেলুৱৈ সকলক ৩ জুলাইৰ ৮ জুলাই,২০২২লৈ গুৱাহাটীত অনুষ্ঠিত চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা প্ৰতিযোগিতাত কৰা প্ৰদৰ্শণৰ ভিত্তিত ৰেটিং প্ৰদান কৰা হৈছে। বৰ্তমান জগজিত, শুভাঙ্গ প্ৰান,  সুহান, অন্তৰীপ আৰু জয়ৰাজ গুৱাহাটী দবা একাডেমিত ফিডে স্বীকৃতি প্ৰাপ্ত দবা প্ৰশিক্ষক প্ৰণৱ কুমাৰ নাথৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। 

  খেলুৱৈ সকলক তেওঁলোকৰ এই কৃতিত্বৰ বাবে গুৱাহাটী দবা একাডেমীয়ে অভিনন্দন জনাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ