--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গুৱাহাটীবাসীৰ বাবে এটা ভাল খবৰ৷ এতিয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাই ভ্ৰমণ কৰাটো আপোনাৰ বাবে হৈ পৰিব সহজসাধ্য৷ All Rides Rentelৰ সৈতে যোগাযোগ কৰি আপুনি Self Drive Cars আৰু Bikeৰ সুবিধা লাভ কৰিব পাৰিব৷

বুধবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় All Rides Rentelৰ গুৱাহাটী শাখা৷ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কণ্ঠশিল্পী ভৃগু কাশ্যপ, অভিনেত্ৰী প্ৰিয়ম পল্লৱী, নয়ন নিৰ্বানৰ লগতে কেইবাগৰাকীও নবীন-প্ৰবীণ ব্যক্তি৷ ৱেবচাইটত বুকিং অথবা ফোনকলৰ যোগেদি আপুনি লাভ কৰিব পাৰিব All Rides Rentelৰ এই সুযোগ৷ অসমৰ পৰ্যটন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱাৰ লক্ষ্যৰে অসমৰ উদ্যমী যুৱক পলাশ বণিয়াই আৰম্ভ কৰিছে এই নতুন পৰিসেৱা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী