--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে আজি শপতগ্ৰহণ কৰিব ভূপেন্দ্ৰ পেটেলে৷ গুজৰাটৰ বিধায়িনী দলৰ নেতা ভূপেন্দ্ৰ পেটেলে আজি প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়টো কাৰ্যকালৰ বাবে শপতগ্ৰহণ কৰিব৷ 

বিজেপি সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, দিনৰ ২ বজাত গান্ধীনগৰৰ নতুন সচিবালয়ৰ সমীপৰ হেলিপেড খেলপথাৰত অনুষ্ঠিতব্য এই শপতগ্ৰহণ অনুষ্ঠানে পেটেলে ৰাজ্যখনৰ ১৮সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব৷ উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদীৰ উপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিশাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল৷ 

পেটেলৰ লগতে একাংশ নতুন মন্ত্ৰীয়েও আজি শপত লোৱাৰ সম্ভাৱনা আছে৷ উল্লেখযোগ্য যে সদ্যসমাপ্ত গুজৰাট বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে অভিলেখসংখ্যক ১৫৬খন আসন লাভ কৰি ক্ৰমাগত সপ্তমবাৰৰ বাবে জয়লাভ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক