--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  এক ভয়ংকৰ দুৰ্ঘটনাই জোকাৰি গৈছে গুজৰাটক। শুকুৰবাৰে নিশা গুজৰাটৰ ৪৮ নং ৰাষ্ট্ৰীয় ঘাইপথত  দুৰ্ঘটনাটো সংঘটিত হৈছে। যাত্ৰী কঢ়িয়াই অনা এখন বাছ আহমেদাবাদৰ পৰা আহি আছিল। বাছখনত থকা যাত্ৰীসকলে স্বামী মহাৰাজ শতাব্দী মহোৎসৱৰ পৰা উভতি আহিছিল। 

সেই সময়তে  যাত্ৰীবাহী বাছখনৰ সৈতে এখন এছইউভি বাহনৰ মুখামুখি সংঘৰ্ষহয়। ফলত  ৯ জন লোকৰ থিতাতে মৃত্যু হয়। দুৰ্ঘটনাটোত কমেও ২৮ জন লোক আহত হয়। আহতসকলৰ মাজৰে কেইবাজনৰো অৱস্থা সংকটজনক হোৱালৈ চাই নিহতৰ সংখ্যা বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে। 

শুকুৰবাৰে নিশা গুজৰাটৰ নৱসাৰী জিলাৰ ৪৮ নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনাটো সংঘটিত হয়। উল্লেখ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  ১৪ ডিচেম্বৰত উৎসৱৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল।স্বামী মহাৰাজ শতাব্দী মহোৎসৱ গুজৰাটত ১৫ জানুৱাৰীলৈকে চলিব। 

আৰক্ষীয়ে প্ৰকাশ কৰা  অনুসৰি দুৰ্ঘটনাটোত আহতৰ সংখ্যা ২৮ জন। তেওঁলোকৰ ভিতৰত ১১  জনক স্থানীয় ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। 

আৰক্ষীয়ে কয় যে দুৰ্ঘটনাটোৰ পিছত বাছখনৰ চালকজন হৃদৰোগত আক্ৰান্ত হয়।  তেওঁক চিকিৎসালয়লৈও লৈ যোৱা হৈছে। আহতসকলৰ বহু কেইজনৰ  অৱস্থা সংকটজনক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক