--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেওবাৰে গৃহৰাজ্য গুজৰাট ভ্ৰমণত আছে। আগন্তুক বিধানসভা নিৰ্বাচন উপলক্ষেই মোদীয়ে গৃহৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ বুজ লৈ আছে। প্ৰধানমন্ত্ৰী গুজৰাটত থকা অৱস্থাতে ৰাজ্যখনত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।

ৰাজ্যখনৰ মোৰবি জিলাৰ মাচ্চু নদীত থকা এখন জুলনা দলং ভাঙি পৰাত মৃত্যু হৈছে প্ৰায় ৪০ গৰাকী লোকৰ। ইয়াৰ উপৰি গুৰুত্তৰভাৱে আঘাটপ্ৰাপ্ত অৱস্থাত বহু লোকক হস্পিতালত ভৰ্তি কৰোৱা হৈছে।

ইতিমধ্যে ভয়াৱহ দুৰ্ঘটনাটোৰ ভিডিঅ’সমূহ ভাইৰেল হৈ পৰিছে। দেখা গৈছে যে জুলনা দলং ভাঙি যোৱাত দলঙত থকা সকলো লোক নদীত পৰি যায়।

বহুতো লোকে নদীখন সাঁতুৰি পাৰলৈ অহাৰ চেষ্টা কৰে। কিছুৱে ভগ্ন দলঙৰ ৰেলিঙত ধৰি প্ৰাণ বচোৱাৰ চেষ্টা কৰে।

স্থানীয় বাসিন্দাসকলে প্ৰথমে উদ্ধাৰকাৰ্য চলোৱাৰ পাছতে দুৰ্যোগ ব্যৱস্থাপনা বাহিনী আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। বৰ্তমানেও উদ্ধাৰকাৰ্য চলি আছে। ইতিমধ্যে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ স’তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনাটোৰ সংক্ৰান্তত আলোচনা কৰিছে বুলি জানিব পৰা গৈছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক