--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত গৰুক মাতা বুলি কোৱা হয় আৰু পূজা কৰা হয়। সনাতন ধৰ্মত গৰুৰ মহত্ব অতি বেছি। বহু লোকৰ ঘৰত প্ৰথম ৰুটি গৰুক খুৱাই দিয়া হয় তাৰপাছতহে পৰিয়ালৰ লোকে খায়। আনকি হিন্দু পুৰাণত গৰুৰ কথা উল্লেখ আছে। ভগৱান শ্ৰীকৃষ্ণই নিজেই গৰুৰ সেৱা কৰিছিল আৰু তেওঁৰ বাসস্থানো গকুলত আছিল। কামধেনু গৰুৰ চমৎকাৰিতাৰ কথাও হিন্দু ধৰ্মত উল্লেখ আছে। গৰুক ইমান গুৰুত্বপূৰ্ণ আৰু পূজাযোগ্য বুলি গণ্য কৰাৰ আঁৰত বহু কাৰণ আছে। 

কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে গৰুক কিয় মাতা বুলি কোৱা হয়। আন বেলেগ একো সম্বোধন কৰা নহয় কিয়?

শাস্ত্ৰ মতে ভগৱান ব্ৰহ্মাই যেতিয়া বিশ্বব্ৰহ্মাণ্ড সৃষ্টি কৰি আছিল, তেতিয়া তেওঁ প্ৰথমে গৰুক পৃথিৱীলৈ পঠিয়াইছিল। লগতে গৰুৰ গাখীৰহে নৱজাত শিশুক খুৱাব পৰা যায়। 

ইয়াৰ বাহিৰেও সকলো প্ৰাণীৰ ভিতৰত গৰু একমাত্ৰ প্ৰাণী যিয়ে মা শব্দটো উচ্চাৰণ কৰে, গতিকে মাতৃ শব্দৰ উৎপত্তিও গৰুৰে পৰা হোৱা বুলি বিশ্বাস কৰা হয়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?