--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ “ভেলেন্টাইন ডে’ত গৰুক সাৱটি ধৰিব লাগে বুলি কোৱা হৈছে। গৰুটোৱে যদি লাঠ মাৰি দিয়ে তেতিয়া কি হ’ব?’’ এই প্ৰশ্ন উত্থাপন কৰিলে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। পশ্চিমবংগৰ বিধানসভাত এইদৰে কেন্দ্ৰীয় চৰকাৰক কটাক্ষ কৰিছে মমতাই।

কিছুদিন পূৰ্বে কেন্দ্ৰীয় পশু কল্যাণ ব’ৰ্ডে এক লিখিত বিবৃতিত কয় যে ভেলেণ্টাইন ডে’ত গৰুক সাৱটি ধৰিব লাগে। পিছলৈ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এই সংগঠনটোৱে সমালোচনাৰ সন্মুখীন হৈ এই সিদ্ধান্তৰ পৰা আঁতৰি আহিছিল।

মমতাই কয়, "গৰুক সাৱটি ধৰাৰ আগতে ১০ লাখ টকাৰ বীমা কৰক। আমি নিশ্চয় আঁকোৱালি লম।” লগতে গৰুৰ বাহিৰেও ম’হৰ কথা চিন্তা কৰিবলৈও কেন্দ্ৰক অনুৰোধ জনায় তেওঁ।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Advertisement