--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মাজনিশা ১২ বাজি ২৫ মিনিটত বৰপেটাৰ সৰভোগ ষ্টেচন পোৱা অৱস্থাত ৰে'লখনৰ ডবাত লাগে জুই ।

ডিজিটেল ডেস্কঃ তিনিচুকীয়াৰ পৰা অমৃতসৰ অভিমুখী ৰে'লৰ ডবাত জুই।


নিউ তিনিচুকীয়া ষ্টেচনৰ পৰা অমৃতসৰ অভিমুখী ১৫৯৩৩ নম্বৰৰ অমৃতসৰ এক্সপ্ৰেছৰ ডবাত জুই।


মাজনিশা ১২ বাজি ২৫ মিনিটত বৰপেটাৰ সৰভোগ ষ্টেচন পোৱা অৱস্থাত ৰে'লখনৰ ডবাত লাগে জুই ।


ৰে'লখনৰ ডবাত লগা জুইৰ ফলত যাত্ৰীসকলৰ মাজত আতংকময় পৰিবেশৰ সৃষ্টি হয়।


ৰে'লৰ ডবাত লগা জুইৰ ফলত ষ্টেচনটোত এক ধোঁৱাময় পৰিবেশৰ সৃষ্টি হয়।


ইপিনে যাত্ৰী সকলৰ মাজত সৃষ্টি হোৱা আতংকময় পৰিস্থিতিক লৈ হোৱা দৌৰা-দৌৰি আৰু লৰা-ঢপৰাৰ ফলত কেবাজনো যাত্ৰী সামান্যভাৱে আঘাতপ্ৰাপ্ত হয়।


অৱশ্যে ডবাত লগা জুই নিৰ্বাচনৰ পিচতে সুৰক্ষিত অৱস্থাত যাত্ৰীসকলক লৈ ৰে'লখনে পুনৰ যাত্ৰা আৰম্ভ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ