--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰী আলিয়া ভাটে ২০২২ চনৰ এপ্ৰিল মাহত অভিনেতা ৰণবীৰ কাপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ইয়াৰ পিছত আহে ভাল খবৰ। সেই বছৰৰ নৱেম্বৰ মাহত কাপুৰ পৰিয়াললৈ আলিয়া-ৰণবীৰৰ কন্যা ৰহা নামৰ এগৰাকী নতুন সদস্য আহিছিল। 

শেহতীয়াকৈ পুষ্টিবিদ সুমন আগৰৱালাই প্ৰকাশ কৰিছে যে আলিয়াই গৰ্ভাৱস্থাত মাজে মাজে এটা বিশেষ বাংলা মিঠাইৰ বাবে আগ্ৰহ কৰিছিল। শেহতীয়াকৈ প্ৰকাশ কৰিছে যে আলিয়াই গৰ্ভাৱস্থাত বাৰে বাৰে গুড়ৰ সন্দেহ খাইছিল।

সুমন কেৱল পুষ্টিবিদ নহয়, নিজাকৈ মিঠাইৰ কোম্পানীও আছে। সুমনৰ কোম্পানীয়ে স্বাস্থ্যসন্মত ধৰণে মিঠাই তৈয়াৰ কৰে অৰ্থাৎ প্ৰকৃততে পুষ্টিকৰ উপাদানৰে ভৰপূৰ মিঠাই তৈয়াৰ কৰে, যিবোৰ শৰীৰৰ বাবে ক্ষতিকাৰক নহয়। 

সুমনে ক’লে, “গৰ্ভাৱস্থাত আলিয়াই আমাক নলেন গুড়ৰ মিঠাইৰ বাবে মাতিছিল। প্ৰায়ে আমি সেই সময়ত আলিয়াৰ বাবে নলেনৰ গুড়ৰ সন্দেহ প্ৰস্তুত কৰিছিলোঁ।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী