--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিটো দম্পতী তথা প্ৰেমিক-প্ৰেমিকাৰ বাবে ফেব্ৰুৱাৰী মাহটো অতি বিশেষ। এই মাহত ভেলেণ্টাইন উইক উদযাপন কৰা হয়, য’ত ৰ'জ ডে', চকলেট ডে' আৰু হাগ ডে’ৰ দৰে বহু দিন উদযাপন কৰা হয়। য'ত আজিকালি ইজনে সিজনৰ বাবে সময় বিচাৰি পোৱাটো কঠিন হৈ পৰে। 

গতিকে এই উপলক্ষে দম্পতীয়ে ইজনে সিজনক বিশেষ অনুভৱ কৰিবলৈ আচৰিত ধৰণৰ পৰিকল্পনা কৰে আৰু ৰোমান্টিক ঠাইলৈ গৈ ভ্ৰমণ কৰে। ইফালে ১২ ফেব্ৰুৱাৰীতো হাগ ডে’ উদযাপন কৰা হয়।

আজিৰ দিনটোত সংগীক সাৱটি ধৰি প্ৰেম প্ৰকাশ কৰা হয়। কিন্তু ইজনে সিজনৰ পৰা বহু দূৰত বাস কৰা প্ৰেমাস্পদো থাকে তেতিয়া আৰু ইজনে সিজনক সাৱটি ধৰিব নোৱাৰে। এনে অৱস্থাত তেওঁলোকে নিজৰ সংগীলৈ মৰমৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰে।

হাগ ডে’ কিয় পালন কৰা হয়?
 
ভেলেণ্টাইন উইকত প্ৰতি বছৰে ১২ ফেব্ৰুৱাৰীত হাগ ডে’ উদযাপন কৰা হয়। এই দিনটোৰ আঁৰৰ ইতিহাস সম্পৰ্কে কাৰো কোনো নিৰ্দিষ্ট জ্ঞান নাই। কিন্তু আজিকালি আলিংগন কৰাটো যথেষ্ট সাধাৰণ কথা হৈ পৰিছে আৰু ভেলেণ্টাইন উইকত এই দিনটো অতি বিশেষ। যদি কোনো সম্পৰ্কত নাই তেন্তে বন্ধুকো বা কোনো আপোন মানুহকো হাগ কৰিব পাৰে।
 হাগ বা আলিংগনে মানুহক সাহস দিয়ে আৰু চাপমুক্ত কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ