--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি মানুহৰ কলেষ্টেৰলৰ সমস্যা বাঢ়িছে। যাৰ কাৰণে হৃদৰোগ আৰু মগজুৰ ৰোগো হ’ব পাৰে। উচ্চ কলেষ্টেৰল তেজৰ সিৰা বন্ধ কৰে। কলেষ্টেৰল বৃদ্ধি হ’লে শৰীৰত কোনো লক্ষণ দেখা নাযায়। কিন্তু যদি কলেষ্টেৰলৰ মাত্ৰা বাঢ়ে, তেতিয়া আপুনি বহু ৰোগৰ কবলত পৰিব পাৰে।সেইবাবেই কলেষ্টেৰল নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজনীয়। কলেষ্টেৰল বৃদ্ধি হ’লে কি কি বস্তু খাবলৈ আৰম্ভ কৰিব লাগে জানি লওক। 

কলেষ্টেৰল বৃদ্ধি হ’লে এইবোৰ সেৱন কৰক-

১) অটচঃ যদি আপুনি কলেষ্টেৰলৰ সমস্যাৰ পৰা মুক্তি পাব বিচাৰে, তেন্তে ব্ৰেকফাষ্টত অটছ খাবলৈ আৰম্ভ কৰক, ইয়াক সেৱন কৰিলে আপোনাৰ শিৰাত জমা হোৱা কলেষ্টেৰল স্বয়ংক্ৰিয়ভাৱে ওলাই আহিব। গতিকে যদি আপুনি উচ্চ কলেষ্টেৰলৰ পৰা মুক্তি পাব বিচাৰে তেন্তে নিশ্চিতভাৱে অটছ গ্ৰহণ কৰক।

২) আপেলঃ আপেল স্বাস্থ্যৰ বাবে অতি উপকাৰী। আপুনি জানেনে যে দৈনিক আপেল সেৱন কৰিলে আপুনি উচ্চ কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিব পাৰে, গতিকে যদি আপুনি কলেষ্টেৰলৰ পৰা মুক্তি পাব বিচাৰে তেন্তে দৈনিক এটা আপেল খাবলৈ আৰম্ভ কৰক। 

৩) গাজৰঃ  গাজৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ই কলেষ্টেৰল নিয়ন্ত্ৰণৰ কামো কৰে। যদি আপুনিও কলেষ্টেৰলৰ সমস্যাৰ সৈতে যুঁজি আছে, তেন্তে গাজৰ খাবলৈ আৰম্ভ কৰক।

৪) ইছবগোলঃ কলেষ্টেৰলৰ সমস্যাৰ সৈতে যুঁজি থকা লোকসকলে ইছবগোল সেৱন কৰিব লাগে। ইয়াক সেৱন কৰিলে আপুনি উচ্চ কলেষ্টেৰলৰ সমস্যাৰ পৰা মুক্তি পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক