--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপোনাৰ নখত বাৰু কেতিয়াবা বগা ফোঁট পৰে নেকি? নখত পৰা এই বগা দাগৰ লগত স্বাস্থ্যৰ কিবা সম্পৰ্ক আছে নেকি?  শৰীৰত যেতিয়া কোনো যৌগৰ অভাৱ হয় তেতিয়া এনে বগা দাগ বা ফোঁটবোৰ দেখা যায় নখত৷ কোনোৱে কয় নখত কেলচিয়ামৰ অভাৱ হ’লে বগা দাগ ওলায়৷ খাদ্য পৰামর্শদাতাসকলৰ মতে নখৰ বগা দাগ শৰীৰত জিংকৰ অভাৱৰ বাবেই হয়৷

শৰীৰত আইৰণৰ পিছতে জিংক দ্বিতীয় গুৰুত্বপূৰ্ণ যৌগ। শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাত বিশেষ ভূমিকা আছে জিংকৰ৷ কিছুমান বিশেষ খাদ্য খালে জিংকৰ অভাৱ দূৰ কৰিব পাৰি৷ তাৰ ভিতৰত সাগৰীয় খাদ্য, কণী, মাংস, ব্ৰকলি, মাশ্বৰূম, কচু, নহৰু,ডাৰ্ক চকলেট আদি খালে শৰীৰৰ পৰা জিংকৰ অভাৱ দূৰ হয়৷

চকুৰ দৰে নখেও স্বাস্থ্যৰ অৱস্থা কয়। শৰীৰত যদি কোনো ধৰণৰ ৰোগ বা সংক্ৰমণ হয় তেন্তে তাৰ প্ৰভাৱ নখত দেখা দিবলৈ আৰম্ভ কৰে। নখত বগা দাগ ওলোৱাৰ বহু কাৰণ থাকিব পাৰে। হেল্থলাইনৰ মতে, নখত বগা দাগ পৰাৰ আটাইতকৈ সাধাৰণ কাৰণ হ’ল লিউক’নিচিয়া। ইয়াৰ ফলত নখৰ ক্ষতি হয় আৰু ইয়াৰ ৰংও সলনি হ’ব পাৰে। নখৰ আঘাতৰ ফলত লিউক’নাইচিয়া হ’ব পাৰে।

সঘনাই নখত বগা দাগ পৰিলে ডাক্তৰৰ ওচৰলৈ যোৱা উচিত। যদি কেতিয়াবাহে হয় তেন্তে ইমান চিন্তাৰ বিষয় নহয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক