--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মডেল দিব্যা পাহুজাক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে।  আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি , শনিবাৰে হাৰিয়ানাৰ ভাক্ৰা খালৰ পৰা দিব্যাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ।মডেলগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পিছতে সমগ্ৰ এলেকাটোতে মানুহৰ মাজত কৌতূহল বিয়পি পৰে। আৰক্ষীয়ে তদন্ত চলাই মডেলগৰাকীৰ হত্যাকাৰী বুলি সন্দেহ কৰা  ৰবি ভাঙ্গাক  কলকাতা বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। 

 উল্লেখ্য গুৰুগ্ৰাম গেংষ্টাৰ সন্দীপ গাদোলীৰ হত্যাৰ গোচৰৰ মডেলগৰাকী  এগৰাকী গুৰুত্বপূৰ্ণ সাক্ষী আছিল। কোৱা হয় যে পাহুজা সন্দীপৰ প্ৰেমিকা আছিল। 

দিব্যা আনকি সন্দীপৰ মৃত্যুৰ গোচৰৰ সন্দৰ্ভত কিছু দিনৰ বাবে কাৰাগাৰতো আছিল। তেওঁক যোৱা বছৰ জামিন দিয়া হৈছিল। জানিব পৰা মতে তেওঁ গোচৰটোৰ এগৰাকী  সাক্ষী হৈ পৰিছিল। দিব্যাৰ ভনীয়েকে অভিযোগ কৰিছে  যে তেওঁৰদিব্যাই  ২ জানুৱাৰীত অভিজিতৰ সৈতে বাহিৰলৈ গৈছিল। 

আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। অভিজিত নামৰ লোক এজনে আন কেইজনমানৰ সৈতে মিলি মডেলগৰাকীক হত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। অভিজিত গুৰুগ্ৰামৰ  এখন হোটেলৰ মালিক। জানিব পৰা মতে  হোটেলখনৰ চিচিটিভিটো মৃতদেহ টানি নিয়াৰ দৃশ্য ধৰা  পৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক