--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হৃদযন্ত্ৰ আমাৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংশ, ই জীৱনৰ আৰম্ভণিৰ পৰা শেষ উশাহলৈকে ধপধপাই থাকে। যদি ইয়াৰ যত্ন লোৱা নহয়, তেন্তে হাৰ্ট এটেক, ক’ৰ’নাৰী আৰ্টেৰী ডিজিজ আৰু ট্ৰিপল ভেছেল ডিজিজৰ দৰে বিপদজনক আৰু মাৰাত্মক ৰোগৰ আশংকা থাকে। 

এনে পৰিস্থিতিত আমি দৈনন্দিন খাদ্যৰ পৰা তেলীয়া খাদ্য বাদ দি কেৱল স্বাস্থ্যকৰ বস্তুহে খোৱাটো জৰুৰী। গ্ৰেটাৰ নয়ডাৰ জিমছ হাস্পতালত কৰ্মৰত বিখ্যাত খাদ্য বিশেষজ্ঞ ডাঃ আয়ুষী যাদৱৰ মতে কিছু হালধীয়া ফল-মূল খালে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰি।

এই হালধীয়া ফল খালে হাৰ্ট এটেকৰ পৰা ৰক্ষা পৰিব

১) আমঃ আম হৈছে ফলৰ ৰজা। ই অতি স্বাস্থ্যকৰ ফল। আম হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। সেয়েহে আম স্বাস্থ্য ভালে ৰাখিবলৈ খোৱা উচিত।

২) নেমুঃ নেমু ঔষধি গুণেৰে সমৃদ্ধ এবিধ টেঙা ফল। যিটো চালাডৰ পৰা আৰম্ভ কৰি চৰ্বতলৈকে সকলোতে ব্যৱহাৰ কৰা হয়, ই হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাৰ লগতে ওজন হ্ৰাস কৰাত সহায় কৰে।

৩) কলঃ কল খোৱা যায় সিমানেই ইয়াৰ উপকাৰিতা বেছি। পৰিমিতভাৱে কল খালে ওজন কমোৱাত সহায় কৰে আৰু হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উপকাৰ হয়।

৪) আনাৰসঃ আনাৰস খালে হাৰ্ট এটেকৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়। কিন্তু বেছিকৈও খাব নালাগে কাৰণ ইয়াৰ ফলত তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পায়।

৫) হালধীয়া কেপচিকামঃ কেপচিকাম আমি পাচলি বুলি খাও যদিও উদ্ভিদ বিজ্ঞানৰ মতে ই একপ্ৰকাৰৰ ফলহে। এই খাদ্যত আঁহ, আইৰণ আৰু ফ’লেট প্ৰচুৰ পৰিমাণে পোৱা যায়, যাৰ বাবে শৰীৰে যথেষ্ট শক্তি লাভ কৰে আৰু একে সময়তে শৰীৰত তেজৰ অভাৱ নহয় আৰু হৃদযন্ত্ৰও সুস্থ হৈ থাকে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক