--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলোৱে চুলি ধুনীয়া কৰিব বিচাৰে। কিন্তু আজিকালি মানুহৰ বেয়া জীৱনশৈলীৰ বাবে চুলি সৰা সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। আজিকালি মানুহৰ সৰু বয়সৰ পৰাই পকা চুলিৰ সমস্যা হ’বলৈ আৰম্ভ কৰে। মানুহে এই সমস্যা ৰোধ কৰিবলৈ চুলিত হেনা ব্যৱহাৰ কৰে। যদি চুলিত উফিৰ সমস্যাই অশান্তি দিছে, তেন্তে হেনাত কিছু বস্তু মিহলাই ল’ব পাৰে। এইবোৰ প্ৰয়োগ কৰিলে চুলিৰ বহু সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি।

১) নেমুৰ ৰসঃ যদি আপুনি চুলিত উফিৰ সমস্যাত অসুবিধা পাইছে, তেন্তে হেনা মিহলাই নেমুৰ ৰস লগাব পাৰে। নেমুত ভিটামিন চি আৰু এণ্টিবেক্টেৰিয়েল গুণ থাকে যিয়ে মূৰৰ ছালৰ মলি পৰিষ্কাৰ কৰাৰ কাম কৰে। ইয়াৰ বাবে এটা বাটিত ৫ চামুচ হেনা পাউদাৰ লওক। তাত এচামুচ নেমুৰ ৰস দিব,এতিয়া তাত পানী দি পেষ্ট বনাওক।এতিয়া এই পেষ্টটো চুলিত লগাওক। আৰু ২০ মিনিটৰ পিছত সাধাৰণ পানীৰে চুলি ধুব। ইয়াৰ দ্বাৰা উফিৰ সমস্যাৰ পৰা মুক্তি পাব পাৰি।

২) কণীঃ চুলিৰ উফি আঁতৰাবলৈ হেনা মিহলাই কণী লগাব পাৰে। ইয়াৰ বাবে এটা বাটিত কণী এটা ঘূলি লওক। এতিয়া ইয়াত ৫ চামুচ হেনা দি এই পেষ্টটো ভালদৰে চুলিত লগাওক।এতিয়া আধা ঘণ্টাৰ পিছত মৃদু চেম্পুৰে চুলি ধুব।এই কাম কৰিলে চুলি সৰা বন্ধ হৈ যাব আৰু চুলি জিলিকি উঠিব।

৩) দৈঃ চুলিৰ বাবে দৈ অতি উপকাৰী। কাৰণ ইয়াৰ উফি প্ৰতিৰোধী গুণ আছে যিয়ে মূৰৰ ছালৰ পৰা মলি আঁতৰোৱাৰ কাম কৰে। আনহাতে হেনা মিহলাই দৈ লগালে চুলি চিকচিকিয়া আৰু মজবুত হ’ব।

















FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে