--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইৰাণৰ হিজাববিৰোধী আন্দোলন মষিমূৰ কৰিবলৈ তীব্ৰ প্ৰচেষ্টা হাতত লৈছে দেশখনৰ শাসকপক্ষই। কমেও ৫৫ জন লোকক ইৰাণৰ প্ৰশাসনে ফাঁচী দিছে বুলি বাতৰি প্ৰকাশ পাইছে।

ইৰাণত কাম কৰা নৰৱে’ৰ এটা মানৱ অধিকাৰ সংস্থা ‘আই এইচ আৰ’ই শেহতীয়াকৈ প্ৰকাশ কৰা এক প্ৰতিবেদনত এই তথ্য লাভ কৰা গৈছে।  দেশৰ জনসাধাৰণৰ মাজত আতংক জগাই তোলাৰ বাবে প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰা বুলি দাবী কৰা হৈছে। অৱশ্যে এই ৫৫ জনৰ সকলোৱে হিজাববিৰোধী প্ৰতিবাদত অংশ লোৱা নাই। কিন্তু প্ৰশাসনৰ বিৰুদ্ধে গ’লে ইয়াৰ পৰিণাম কিমান ভয়াৱহ হ’ব পাৰে সেয়া প্ৰমাণ কৰিবলৈকে মৃত্যুদণ্ডৰ হাৰ বৃদ্ধি কৰা বুলি বিভিন্ন মহলে কয়।

আন এটা আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংস্থাই প্ৰকাশ কৰা অনুসৰি, হিজাব প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ অপৰাধত চলিত মাহতে এতিয়ালৈকে চাৰিজন লোকক ফাঁচী দিয়া হৈছে। ইয়াৰে কনিষ্ঠ প্ৰতিবাদকাৰীৰ বয়স ১৮ বছৰ। ফাঁচীৰ পূৰ্বে তেওঁক অমানৱীয় নিৰ্যাতন দিয়া হয় বুলিও সংগঠনটোৱে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ