--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদ সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যক কেন্দ্ৰ কৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এনে আপত্তিজনক মন্তব্যৰ বাবে বিজেপিৰ মুখপাত্ৰ নুপূৰ শৰ্মা আৰু নেতা নবীন জিন্দালৰ প্ৰাথমিক সদস্যপদ বাতিল কৰিছে দলটোৱে। দুয়োৰে বিৰুদ্ধে এফ আই আৰ ৰুজু কৰা হৈছে। এইবাৰ হজৰত মহম্মদ প্ৰসংগত মুখ খুলিছে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ছোৱেইব আখতাৰে। হজৰত মহম্মদ বিৰুদ্ধে দিয়া মন্তব্যৰ বিৰোধিতা কৰি ভাৰত চৰকাৰে লোৱা সিদ্ধান্তৰ প্ৰশংসাও কৰিছে প্ৰাক্তন পাক ক্ৰিকেটাৰগৰাকীয়ে। 

এক টুইটযোগে তেওঁ লিখিছে, ‘হজৰত মহম্মদ প্ৰতি সন্মানেই আমাৰ বাবে সকলো। আমাৰ জীৱন, মৃত্যু আৰু সকলো বস্তু একমাত্ৰ তেওঁৰ বাবেহে। আমাৰ মৰমৰ হজৰত মহম্মদৰ বিৰুদ্ধে অপমানজনক শব্দ ব্যৱহাৰ কৰা সকলক মই তীব্ৰ ভাষাৰে গৰিহণা দিছো। এনে লজ্জাজনক বক্তব্য দিয়া সকলক নিলম্বন কৰাৰ বাবে মই ভাৰত চৰকাৰৰ পদক্ষেপক আদৰণি জনাইছো। এনে লোকৰ বিৰুদ্ধে ব্যৱস্থা ল’ব লাগে যাতে পুনৰ এনে কাম কৰিবলৈ কোনেও সাহস নকৰে।’
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক