--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী দিপীকা পাডুকনক পুনৰ দেখা যাব হলীউডৰ ছবিত। দ্বিতীয়খন হলীউডৰ ছবিৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে মোহময়ী দিপীকাই। দিপীকাৰ প্ৰথমখন হলীউডৰ ছবি আছিল ছুপাৰষ্টাৰ ভিন ডিজেলৰ সৈতে XXX:RETURN OF XANDER CAGE।

এইবাৰ দিপীকাৰ দ্বিতীয়খন ছবি হ’ব ভিন্ন সংস্কৃতি কেন্দ্ৰিক এখন ৰোমান্তিক কমেদী। STX FILMS-এ ছবিখন নিৰ্মাণ কৰিব। গুৰুত্বপূৰ্ণ যে ছবিখনৰ সহপ্ৰযোজক হিচাপে থাকিব দিপীকাও। গতিকে, ছবিখন হ’ব হলীউডত অভিনেত্ৰীগৰাকীৰ প্ৰযোজক হিচাপেও প্ৰথমটো খোজ।

ছবিখনৰ শ্বুটিং হ’ব ভাৰতৰ লগতে আমেৰিকাতো। দিপীকাৰ অনুৰাগীসকলে এতিয়া আগ্ৰহেৰে অপেক্ষা কৰিছে জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ হলীউড ছবিখনলৈ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ