--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • নাগালেণ্ডৰ পৰা কেইবালাখ টকাৰ সুগন্ধি অগৰু চুৰি কৰি অনাৰ ভয়ংকৰ অভিযোগ উত্থাপিত জুৱেৰ আহমেদৰ বিৰুদ্ধে।

ডিজিটেল ডেস্কঃ নাগালেণ্ড আৰক্ষীৰ জালত পৰিল অসমৰ এজন যুৱক।


ধৃত যুৱকজন হোজাইৰ কঁঠালপুৰৰ জুৱেৰ আহমেদ।


নাগালেণ্ডৰ পৰা কেইবালাখ টকাৰ সুগন্ধি অগৰু চুৰি কৰি অনাৰ ভয়ংকৰ অভিযোগ উত্থাপিত জুৱেৰ আহমেদৰ বিৰুদ্ধে।


 জুৱেৰ আহমেদে নাগালেণ্ডত কর্মৰত অৱস্থাতে অগৰুখিনি চুৰি কৰি অনাৰ অভিযোগ উঠিছে।


জুৱেৰ আহমেদৰ বিৰুদ্ধে চুৰিৰ গোচৰ ৰুজু হৈছিল নাগালেণ্ড আৰক্ষীত


পৰৱৰ্তী সময়ত হোজাই আৰক্ষীৰ সহযোগত নাগালেণ্ড আৰক্ষীয়ে আটক কৰে হোজাইৰ কঁঠালপুৰৰ যুৱক জুৱেৰ আহমেদক।


বৃহস্পতিবাৰে নিশাৰ ভাগত নাগালেণ্ড আৰক্ষীয়ে নিজ জিম্মাত নাগালেণ্ডলৈ লৈ যায় জুৱেৰ আহমেদক।


সমগ্ৰ চুৰিৰ ঘটনাটো নস্যাৎ কৰিছে জুৱেৰ আহমেদে।


নাগালেণ্ডলৈ পুনৰ কামলৈ ঘূৰি নোযোৱাৰ বাবেহে তেওঁৰ বিৰু্দ্ধে চুৰিৰ অভিযোগ আনিছে বুলি মন্তব্য কৰে জুৱেৰ আহমেদে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ