--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মৃত বোৱাৰীগৰাকীৰ নাম অৰ্চনা বেগম৷ জানিব পৰা মতে নজমূল হক নামৰ গাঁৱৰে এজন যুৱকৰ সৈতে দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক আছিল মৃত বোৱাৰী গৰাকীৰ৷

ডিজিটেল ডেস্ক: হোজাইৰ নভঙাত পৰকীয়া প্ৰেমৰ বাবে সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড ৷ ২ অক্টোবৰৰ নিশা কামপুৰ বকুলগুৰিৰ এগৰাকী বোৱাৰীক চুৰিৰে উপৰ্যুপৰি আক্ৰমণ কৰি হোজাইৰ নভঙাত পেলাই থৈ যায় প্ৰেমিকে৷ পুৱা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি মুমূর্ষু অৱস্থাত বোৱাৰী গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসাধীন অৱস্থাত মৃত্যু হয় বোৱাৰীগৰাকীৰ৷ 


মৃত বোৱাৰীগৰাকীৰ নাম অৰ্চনা বেগম৷ জানিব পৰা মতে নজমূল হক নামৰ গাঁৱৰে এজন যুৱকৰ সৈতে দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক আছিল মৃত বোৱাৰী গৰাকীৰ৷ দুয়োৰে মাজত কিবা কথাত কাজিয়াৰ সূত্ৰপাত হোৱাত ২ অক্টোবৰৰ নিশা লগৰ এজন বন্ধুক লগত লৈ প্ৰলোভন দি বোৱাৰীগৰাকীক নি ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ বোৱাৰীগৰাকীৰ পৰিয়ালৰ৷ 


ইতিমধ্যে হত্যাকাৰী নজমূল হক আৰু বন্ধু মিনাৰূলৰ বিৰূদ্ধে যোগীজান আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে স্বামীয়ে ৷ দুই হত্যাকাৰী বৰ্তমান পলাতক যদিও আৰক্ষীয়ে দোষীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। শীঘ্ৰেই দোষীক কৰায়ত্ত কৰি উচিত শাস্তি দিবলৈ দাবী জনাইছে স্থানীয় লোকে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি