--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হোলীৰ পাছত ছালৰ অৱস্থা অতি বেয়া হৈ পৰে। ৰঙৰ বাবে ছাল নিৰ্জীৱ হৈ পৰে আৰু জিলিকনি হেৰুৱাই পেলায়। 

হোলীৰ পিছত ছালৰ যথেষ্ট যত্নৰ প্ৰয়োজন। ৰঙৰ বাবে ছালখন অতি নিৰ্জীৱ আৰু শুকান হৈ পৰে। এনে পৰিস্থিতিত যদি হোলী খেলাৰ পিছত আপোনাৰ ছাল শুকান হৈ জিলিকনি হেৰাইছে, তেন্তে এই ফেচ পেক লগাই মুখৰ হেৰাই যোৱা জিলিকনি ঘূৰাই পাব পাৰি। এই ফেচ পেকটো কেনেকৈ বনাব পাৰি জানি লওক।

চন্দন পাউদাৰেৰে ফেচ পেক বনাওক

ফেচিয়েল জিলিকনি পাবলৈ আধা চামুচ চাউলৰ আটাত আধা চামুচ চন্দন গুড়ি মিহলাই এচামুচ গোলাপ জলৰ লগত মিহলাই পেষ্ট বনাওক। এই ফেচ পেকটো লাহে লাহে মালিচ কৰি মুখত লগাওক আৰু শুকান হোৱালৈকে ৰাখিব আৰু তাৰ পিছত ঠাণ্ডা পানীৰে ধুব। এই পেক লগোৱাৰ পিছত ছালখন শীতল অনুভৱ হ’ব আৰু মুখৰ জিলিকনি ঘূৰি আহিব।

মুলতানি মাটিৰে ফেচ পেক বনাওক

এই ফেচ পেক বনাবলৈ মুলতানি মাটিত ২ চামুচ বিলাহীৰ ৰস মিহলাই আলমণ্ড অইল দি ফেচ পেক বনাওক। তাৰ পিছত এই পেকটো শুকান হোৱালৈকে মুখত ৰাখিব। শুকাই গ’লে মুখখন ধুব। এই ফেচ পেকটো নিয়মিতভাৱে লগাব লাগে। কেইদিনমানৰ ভিতৰতে আকৌ মুখৰ জিলিকনি ঘূৰি আহিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ