--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হোলীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী, ৭ মাৰ্চত হোলিকা দাহন আৰু পিছদিনা অৰ্থাৎ ৮ মাৰ্চত ৰঙেৰে হোলী খেলিব। এই হোলীত বাস্তুশাস্ত্ৰৰ কিছু ব্যৱস্থাই ঘৰলৈ সুখ-সমৃদ্ধিৰ দুৱাৰ মুকলি কৰে আৰু আৰ্থিক সমস্যা দূৰ হোৱাৰ লগতে জীৱনত আপুনি লাভ কৰিব পাৰে অপাৰ সফলতা। বাস্ত্ৰশাস্ত্ৰৰ মতে হোলীৰ সময়ত কৰা বাস্তু ব্যৱস্থাসমূহ অতি ফলপ্ৰসূ। ইয়াৰ ফলত ঘৰৰ বাস্তু দোষৰ অন্ত পৰে আৰু প্ৰতিটো কামতে সফলতা লাভ কৰে।

* বাস্তুশাস্ত্ৰৰ মতে মাছৰ একুৰিয়াম ঘৰৰ উত্তৰ বা উত্তৰ-পূব দিশত ৰাখক। এই দিশটো ধনৰ দেৱতা কুবেৰৰ দিশ বুলি ধৰা হয়। একুৰিয়াম এই দিশত ৰাখিলে ঘৰত সুখ-সমৃদ্ধি বৃদ্ধি পায়।

* হোলীৰ সময়ত ঘৰলৈ আনক বাঁহ গছ। ঘৰত বাঁহ গছ ৰখাটো বাস্তুশাস্ত্ৰত অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত ঘৰৰ নেতিবাচক শক্তি আঁতৰি সুখ-সমৃদ্ধি বৃদ্ধি পায়।

* ঘৰত এটা স্ফটিক কাছ ৰাখিলে ধনাত্মক শক্তিৰ সঞ্চাৰ হয় আৰু অৰ্থনৈতিক অৱস্থা শক্তিশালী হয়।

* ফেংছুইৰ মতে ঘৰত ড্ৰেগনৰ মূৰ্তি ৰাখিলে সকলো ধৰণৰ কুদৃষ্টিৰ পৰা বাছি থাকিব পাৰি। হোলীৰ দিনা ড্ৰেগনৰ প্ৰতিমূৰ্তি ঘৰলৈ আনিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক