--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হোয়াইট হাউছৰ বন্ধ গেটত খুন্দা মাৰে এখন গাড়ী। দুৰ্ঘটনাস্থলীতে সেই গাড়ীৰ চালকজনৰ মৃত্যু হয়। এই ঘটনাক কেন্দ্ৰ কৰি এক চাঞ্চল্য বিয়পি পৰিছে। 

প্ৰশ্ন উত্থাপন হৈছে যে হোয়াইট হাউছৰ কটকটীয়া নিৰাপত্তা ভংগ কৰি গাড়ীখন কেনেকৈ গেটত উপস্থিত হ’ল। আনকি আমেৰিকান আৰক্ষীয়েও কৈছিল যে এয়া কেৱল এক দুৰ্ঘটনা। তাৰ আঁৰত কোনো ভাবুকি নাছিল। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ হৈছে।

"আমেৰিকান ছিক্ৰেট চাৰ্ভিচ"ই এই ঘটনাৰ খবৰ দিয়ে। সংস্থাটোৱে এক বিবৃতিত দাবী কৰিছে যে শনিবাৰে স্থানীয় সময় অনুসৰি নিশা প্ৰায় ১০:৩০ বজাত হোৱাইট হাউছৰ বাহিৰৰ এখন গেটত এখন তীব্ৰবেগী গাড়ীয়ে খুন্দা মাৰে।
নিৰাপত্তাৰক্ষীয়ে ততাতৈয়াকৈ ৰক্তাক্ত অৱস্থাত হত্যাকাৰী গাড়ীখনৰ পৰা চালকজনক উদ্ধাৰ কৰে। চিকিৎসালয়লৈ নিয়াৰ সময়ত চিকিৎসকে তেওঁক মৃত বুলি অনা বুলি ঘোষণা কৰে।

তদন্তকাৰী বিষয়াসকলে জনোৱা মতে, গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাটোৰ সৈতে মুখামুখি হয়। এই ঘটনাৰ লগত কোনো ধৰণৰ ভাবুকি জড়িত নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক