--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বাস্থ্যৰ বাবে বীট অতি উপকাৰী। ইয়াত থকা উপাদানসমূহ ছাল, স্বাস্থ্য আৰু চুলিৰ বাবে অতি উত্তম।আনহাতে যদি আপুনি হৃদৰোগী হয় তেন্তে দৈনিক বীট সেৱন কৰিব লাগে। কাৰণ বীট আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।

বীট সেৱন কৰিলে হৃদযন্ত্ৰৰ পেশী শক্তিশালী হয়। বীটে হৃদৰোগীৰ বাবে ঔষধ হিচাপে কাম কৰে। যদি আপোনাৰো কোনো হৃদৰোগ আছে, তেন্তে আপুনি বীট সেৱন কৰিব পাৰে। বীট সেৱন কৰিলে কি কি উপকাৰ পোৱা যায় জানো আহক

এই ধৰণে বীট সেৱন কৰক-

১) বীট চালাড- খাদ্যত বীট অন্তৰ্ভুক্ত কৰাৰ আটাইতকৈ সহজ উপায় হ’ল চালাডৰ ৰূপত খাব পাৰে। 

২) বীটৰ ৰস- বীটৰ ৰস ৰঙা ৰঙৰ, গতিকে সকলোৱে দেখি বৰ ভাল পায়। বীটৰ ৰস সদায় সন্ধিয়া খাব লাগে। সন্ধিয়া বীটৰ ৰস খালে আপুনি অধিক লাভালাভ পাব।

৩) বীটৰ হালোৱা- গাজৰৰ হালোৱা বনোৱাৰ দৰেই বীটৰ হালোৱা বনাই খাব পাৰে। ইয়াৰ সোৱাদ অতি ভাল আৰু স্বাস্থ্যসন্মত। 

৪) দাইলত দি আৰু ভাজি খাব পাৰে- বীট দাইলত দি আৰু ভাজিও খাব পাৰি। এনেকৈ খালেও ইয়াৰ পুষ্টিকৰ উপাদান পোৱা যায় যিটো আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক