--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিৰ সময়ত বেয়া জীৱনশৈলীৰ বাবে হৃদযন্ত্ৰৰ লগত জড়িত ৰোগবোৰ দ্ৰুতগতিত বিয়পি পৰিছে। কাৰণ আজিকালি আমি আমাৰ মাজৰ কিছুমানে খাদ্য-পানীয়ৰ সঠিক যত্ন নলয়। আমি এনেবোৰ বস্তু খাদ্যত অন্তৰ্ভুক্ত কৰোঁ যিবোৰ আমাৰ হৃদযন্ত্ৰৰ বাবে ক্ষতিকাৰক। হয়, কিছুমান বস্তু আছে যিয়ে আমাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে।আপুনিও যদি আপোনাৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিব বিচাৰে তেন্তে কিছুমান বস্তু সেৱন নকৰিব। ইয়াত জানো আহক আপুনি কি কি বস্তু সেৱন কৰিব নালাগে?

এইবোৰে হৃদযন্ত্ৰৰ স্বাস্থ্য নষ্ট কৰে

১) নিমখ আৰু চেনিঃ অত্যধিক পৰিমাণৰ নিমখ আৰু চেনি সেৱন কৰিলে ই আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰাৰ কাম কৰে। যদি আপুনি অধিক চেনি আৰু নিমখ সেৱন কৰে, তেন্তে ই আপোনাৰ হাৰ্ট এটেকৰ আশংকাও সৃষ্টি কৰিব পাৰে। সেইবাবেই নিমখ আৰু চেনি সদায় সীমিত পৰিমাণত সেৱন কৰিব লাগে।

২) ৰঙা মাংসঃ ৰঙা মাংস খালে হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাৰ সৃষ্টি হয়। কাৰণ ইয়াত অধিক পৰিমাণৰ চেচুৰেটেড ফেট থাকে, যিয়ে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধিৰ কাম কৰে। সেইবাবেই ৰঙা মাংস সীমিত পৰিমাণত সেৱন কৰিব লাগে।

৩) ছ'ডাঃ বহুতে ছ'ডা খাই ভাল পায়, কিন্তু আমি আপোনাক কওঁ যে যদি আপুনি আপোনাৰ হৃদযন্ত্ৰক সুস্থ কৰি ৰাখিব বিচাৰে তেন্তে ছ'ডা সেৱনৰ পৰা আঁতৰি থাকিব লাগিব। হয়, ছ'ডা খোৱা লোকসকলৰ হৃদৰোগৰ আশংকা বেছি।

৪) ফ্ৰাই চিকেনঃ মানুহে ডিপ ফ্ৰাই চিকেন খাবলৈ ভাল পায় যদিও ইয়াত কেলৰি আৰু ছ'ডিয়াম থাকে যিয়ে হৃদৰোগ সৃষ্টি কৰিব পাৰে। সেইবাবেই কুকুৰা ডিপ ফ্ৰাই কৰিব নালাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
যিসকলে দাঁতৰ যত্ন ল’ব নোৱাৰে, তেওঁলোকে সেনাৰ গুৰুত্বপূৰ্ণ অভিযানৰ দায়িত্ব কেনেকৈ ল’ব? দাঁত লেতেৰা বাবেই ব্ৰিটিছ সেনাই চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে ১৭০ জন জোৱানক
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন