--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ষ্ট্ৰবেৰী বৰ সোৱাদযুক্ত ফল, দেখাতো বৰ আকৰ্ষণীয়। ইয়াৰ মিঠা আৰু টেঙা সোৱাদে সকলোকে আকৰ্ষণ কৰে। ইয়াত এনে বহুতো পুষ্টিকৰ উপাদান পোৱা যায় যিবোৰ স্বাস্থ্যৰ বাবে উপকাৰী, বিশেষকৈ এই ফলটোৱে হৃদৰোগ আৰু কেন্সাৰ আদি মাৰাত্মক ৰোগৰ পৰা ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

ষ্ট্ৰবেৰীত পোৱা পুষ্টিকৰ উপাদান

ষ্ট্ৰবেৰীত ভিটামিন চি, এণ্টিঅক্সিডেণ্ট, এণ্টি-ইনফ্লেমেটৰী, ফোলেট, মেগনেছিয়াম আৰু পটাছিয়াম আদি পুষ্টিকৰ উপাদান থাকে, যিবোৰে শৰীৰৰ বহু সমস্যা দূৰ কৰাত ফলপ্ৰসূ। 

ষ্ট্ৰবেৰী খোৱাৰ ৫টা ডাঙৰ উপকাৰ

১) কৰ্কট ৰোগৰ চিকিৎসা আৰু কেন্সাৰ প্ৰতিৰোধী গুণ ষ্ট্ৰবেৰীত পোৱা যায়, যিয়ে আপোনাক কেন্সাৰ প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে।

২) ষ্ট্ৰবেৰীত থকা ভিটামিন চি দাঁতৰ হালধীয়া হোৱা দূৰ কৰে আৰু ইয়াত এনজাইম গঠন হোৱাত বাধা দিয়ে।

৩) ইয়াত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে, যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।

৪) ষ্ট্ৰবেৰী সেৱনে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে। ইয়াত পলিফিনল যৌগ প্ৰচুৰ পৰিমাণে থাকে। এই যৌগবোৰে আপোনাৰ হৃদযন্ত্ৰক সুস্থ কৰি ৰখাত ফলপ্ৰসূ হ’ব পাৰে।

৫) ষ্ট্ৰবেৰীত আঁহৰ লগতে বহুতো পুষ্টিকৰ উপাদান থাকে, ইয়াত ভাল পৰিমাণৰ পানীও থাকে, যিয়ে ওজন কমাবলৈ সহায় কৰে।

ষ্ট্ৰবেৰী কেনেকৈ খাব?

স্বাস্থ্য বিশেষজ্ঞৰ মতে ষ্ট্ৰবেৰী চালাড বা দৈৰ লগত খাব পাৰি। ইয়াৰ উপৰিও ব্ৰেকফাষ্টৰ সময়ত কৰ্ণফ্লেক বা অটছত দিও খাব পাৰি।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
আগষ্টত ২০০০ কোটি UPI লেনদেন
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান