--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: স্মৃতিৰ নদীয়েদি অতীতৰ ডঁৰিয়লিলৈ উভতি গ’ল আমিৰ খান৷ উজাই আহিল এসোঁতা আৱেগ৷ সন্মুখত হঠাৎ ৰীণা দত্ত৷ ৰীণা দত্ত, প্ৰথমা পত্নী আমিৰৰ৷ 

কিৰণ ৰাওৰ পূৰ্বে বলীউডৰ ছুপাৰষ্টাৰ আমিৰ খানে ৰীণা দত্তৰ সৈতে বৈবাহিক জীৱন অতিবাহিত কৰিছিল ১৬ বছৰ৷ ইফালে, ২০২১ চনত কিৰণ আৰু আমিৰৰ বিবাহ বিচ্ছেদ হয়। সেয়া পিছে তিক্ত বিচ্ছেদ নাছিল। তেওঁলোকৰ দুটি সন্তানো আছে, পুত্ৰ জুনেইদ খান আৰু কন্যা ইৰা খান।

১৩ ছেপ্টেম্বৰত দুয়োকে মুম্বাইত একেলগে দেখা গৈছিল৷ তেওঁলোকক এখন দোকানৰ পৰা ওলাই অহা দেখা গৈছিল। আমিৰ খান আৰু তেওঁৰ পূৰ্বৰ পত্নী ৰীণা দত্ত আৰু কিৰণ ৰাওক যোৱা মাহত মুম্বাইৰ বান্দ্ৰাত এখন কিতাপ উন্মোচন অনুষ্ঠানতো দেখা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
ৰাজ্যজুৰি মানুহ বিহুৰ উছাহ: জ্যেষ্ঠৰ আশীৰ্বাদেৰে নতুন বছৰক আদৰাৰ পৰম্পৰা