--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰূখ খানৰ ছবি ‘জৱান’ মুক্তি পোৱাৰ পিছত ছানী দেউলৰ ছবি ‘গাদাৰ-২’ৰ উপাৰ্জন হ্ৰাস হ’বলৈ আৰম্ভ কৰিছে। শ্বাহৰূখ খানৰ ছবি ‘পাঠান’ৰ অভিলেখ এতিয়ালৈকে ভংগ কৰিবলৈ সক্ষম হোৱা নাই ‘গাদৰ-২’এ। এনে পৰিস্থিতিত ‘গাদাৰ-২’ৰ নিৰ্মাতাসকলে ছবিখনৰ টিকটত বাম্পাৰ অফাৰ দি টিকটৰ দাম হ্ৰাস কৰিছে।

উল্লেখযোগ্য যে শ্বাহৰূখ খানৰ ব্লকবাষ্টাৰ ছবি ‘পাঠান’এ বক্স অফিচত মুঠ ৫৪০.৫১ কোটি টকা সংগ্ৰহ কৰিছিল। আনহাতে ছানী দেউলৰ ছবিখনে এই সংখ্যা এতিয়াও স্পৰ্শ কৰা নাই। আনহাতে, কিং খানৰ শেহতীয়া মুক্তিৰ ছবি ‘জৱান’য়েও বক্স অফিচত নিজৰ আধিপত্য বজাই ৰাখিছে। এনে পৰিস্থিতিত ‘গাদাৰ ২’ৰ নিৰ্মাতাসকলে নিজৰ ছবিখনৰ উপাৰ্জন বজাই ৰাখিবলৈ ছবিখনৰ টিকটৰ মূল্য ১৫০ টকালৈ হ্ৰাস কৰিছে।

ইনষ্টাগ্ৰামৰ জৰিয়তে ‘গাদাৰ ২’ৰ টিকট সস্তা কৰাৰ খবৰটো নিজেই প্ৰযোজকে দিছে। উল্লেখযোগ্য যে যোৱা মাহত ১১ আগষ্টত মুক্তি পোৱা ‘গাদাৰ ২’। তেতিয়াৰ পৰাই ছবিখনে বক্স অফিচত বহু অভিলেখ ভংগ কৰিছিল। শ্বাহৰূখ খানৰ ছবি ‘জৱান’ মুক্তি পোৱাৰ পাছত ছবিখনৰ বক্স অফিচত পতন আৰম্ভ হৈছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক