--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ হত্যাৰ ষড়যন্ত্ৰ চলিছে তনুশ্ৰী দত্তক লৈ! ‘আছিক বনায়া আপনে’ত ৰূপৰ যাদুৰে অনুৰাগীৰ নয়নৰ মণি হৈ পৰা একালৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীক হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰা হৈছে। অভিনেত্ৰীগৰাকীয়ে নিজেই এই কথা প্ৰকাশ কৰিছে।

শেহতীয়া এটা সাক্ষাৎকাৰত তনুশ্ৰীয়ে এইদৰে কৈছে। কয় যে তেওঁ নিৰাপত্তাহীনতা, মানসিক অৱসাদৰ ফলত মানসিকভাৱে ভাগি পৰিছে, কিন্তু শেষ হৈ যোৱা নাই।

 

“যোৱা ডেৰ বছৰত ধৰি মোৰ বিৰুদ্ধে অদ্ভূত ষড়যন্ত্ৰ চলি আছে বলিউডত।”- তনুশ্ৰীয়ে কয়। আনকি ক’লা যাদুও কৰা হৈছে তনুশ্ৰীৰ ওপৰত। এই বিষয়ে তেওঁ এগৰাকী সন্তৰ পৰা জানিব পৰা বুলি কয়।

 

“তেওঁ কৈছিল যে মহাৰাষ্ট্ৰৰ কেইজনমান তান্ত্ৰিকে মোৰ ওপৰত ক’লা যাদুৰ প্ৰয়োগ কৰি আছে। এই পদ্ধতিটোক মাৰণক্ৰিয়া বুলি কোৱা হয়।”- তনুশ্ৰীয়ে কয়- “যদিও মই ভালকৈ কথাটো বুজা নাই। এই ধৰণৰ কিবাৰ অস্তিত্ব আছে নে নাই, সেয়াও নাজানো।”

 

“বন্ধুৰ পৰা আৰম্ভ কৰি ঘৰৰ নিৰাপত্তাৰক্ষী, সকলো স্বাৰ্থপৰ। অনাগত দিনোবৰত কি হ’বলৈ গৈছে নাজানো।”- তনুশ্ৰীয়ে কয়- “কিন্তু মই বহুত ভাল পৰিয়ালত ডাঙৰ হৈছো। বেয়া পৰিস্থিতিৰ পৰা কেনেদৰে উলাই আহিব পাৰি মই জানো। মোক শেষ কৰা সহজ নহয়।”

উল্লেখ্য যে এসময়ত কেইবাখনো চিনেমাৰ দ্বাৰা জনপ্ৰিয়তা অৰ্জন কৰা তনুশ্ৰীয়ে যোৱা কেইবছৰ ধৰি বলিউডত বিশেষ ব্যস্ত নহয়। তদুপৰি অভিনেতা নানা পাটেকাৰৰ বিৰুদ্ধেও যৌন নিগ্ৰহৰ অভিযোগ আনি বিতৰ্কত সোমাই পৰিছিল তনুশ্ৰী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক