--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় ৩ বছৰৰ মূৰত ভাৰতলৈ আহিব 'দেশী গাৰ্ল' প্ৰিয়ংকা চোপ্ৰা। প্ৰথমবাৰৰ বাবে কন্যা মালতী মেৰী জ’নছৰ সৈতে ভাৰতলৈ আহিব প্ৰিয়ংকা। ঘৰলৈ অহাৰ বাবে যথেষ্ট উৎসাহিত হৈ পৰিছে অভিনেত্ৰীগৰাকী। নিজৰ মনৰ আনন্দ প্ৰকাশ কৰি তেওঁ অনুৰাগীৰ বাবে এখন ছবিও ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। 

তেওঁৰ বৰ্ডিং পাছৰ আভাস ছবিখনত দেখা যায়। বৰ্ডিং পাছৰ ফটো শ্বেয়াৰ কৰি প্ৰিয়ংকা চোপ্ৰাই লিখিছে, প্ৰায় ৩ বছৰৰ পাছত অৱশেষত ঘৰলৈ যাম। কোভিদ মহামাৰীৰ পিছত এয়া প্ৰিয়ংকা চোপ্ৰাৰ প্ৰথম ভাৰত ভ্ৰমণ। খবৰ অনুসৰি এপ্ৰিল মাহত প্ৰিয়ংকা ঘৰলৈ উভতি অহাৰ কথা আছিল।

ট্ৰেভেল ৱেবছাইটক দিয়া এক সাক্ষাৎকাৰত প্ৰিয়ংকা চোপ্ৰাই কয়, মই ভাৰতলৈ যাবলৈ ব্যাকুল হৈ আছো। ভাৰতৰ প্ৰতিখন ৰাজ্যৰ নিজস্ব ভাষা আৰু উপভাষা আছে, যাৰ অৰ্থ বেলেগ বেলেগ। ভাৰতৰ সকলো ৰাজ্যতে কাপোৰ-কানি, সাজ-পোছাক, খাদ্য বেলেগ বেলেগ। ভাৰতৰ প্ৰতিখন সীমান্ত পাৰ হৈ যোৱাটো নতুন দেশত প্ৰৱেশ কৰাৰ দৰে লাগে। 
Priyanka Chopra second child: Is Malti Marie getting a younger sibling?  Reports suggest Priyanka Chopra & Nick Jonas are planning second child -  The Economic Times
২০১৮ চনৰ ডিচেম্বৰ মাহত যোধপুৰৰ উমৈদ ভৱন পেলেচত বিবাহপাশত আবদ্ধ হৈছিল প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছ। ২০২২ চনত চেৰ’গেচিৰ জৰিয়তে কন্যা মালতী মেৰী চোপ্ৰা জোনাছক জন্ম দিয়ে এই দম্পতীয়ে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক