--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী মহিলাই ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ কেইঘণ্টামানৰ পাছতেই মৃত্যুক আঁকোৱালি লয়। হাৰ্ট এটেকত মৃত্যুবৰণ কৰে মহিলাগৰাকীয়ে। ৰমজানৰ সময়ছোৱাত ডুবাইত সংঘটিত হোৱা এক ঘটনাই হাজাৰ হাজাৰ লোকৰ দৃষ্টি আকৰ্ষণ কৰিছে। 

ইয়াত ২৯ বছৰীয়া এগৰাকী মহিলাই ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ লগে লগে হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। চাকৰি বিচাৰি তিনিবছৰ পূৰ্বে ইউক্ৰেইনৰ পৰা ডুবাইলৈ আহিছিল মহিলাগৰাকী। মহিলাগৰাকীক চিনি পোৱা লোকসকলে কয় যে যোৱা কেইমাহমানৰ পৰা মহিলাগৰাকীয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰিব বিচাৰিছিল। এই ৰমজানত তেওঁ ৰোজাও ৰাখিছিল। মহিলাগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াত শ শ লোকৰ সমাগম হয়। 

ৰমজানত ৰোজা ৰাখি ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ কথা ঘোষণা কৰাৰ কিছু সময়ৰ পিছতে সংযুক্ত আৰব আমিৰশ্বাহীৰ (ইউ এ ই)ৰ ২৯ বছৰীয়া দাৰিয়া কোটছৰেংকোৰ মৃত্যু হয়। চিকিৎসকে মৃতদেহটো পৰীক্ষা কৰি দেখিলে যে মহিলাগৰাকীৰ হাৰ্ট এটেকত মৃত্যু হৈছে।

তেওঁ আছিল এগৰাকী খ্ৰীষ্টান মহিলা, যিয়ে তিনি বছৰ পূৰ্বে ইউক্ৰেইনৰ পৰা চাকৰি বিচাৰি ডুবাইলৈ গৈছিল।

দাৰিয়াৰ অন্ত্যেষ্টিক্ৰিয়া ডুবাইৰ আল কুছাইছ কবৰস্থান মছজিদত সম্পন্ন কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক