--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইৰাণে পুনৰ ইজৰাইলক আক্ৰমণ কৰে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে প্ৰতি সতৰ্কবাণী জাৰি কৰে। ভাৰত আৰু ইজৰাইলৰ মাজত আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বন্ধ কৰাৰ কথা ঘোষণা কৰিছে এয়াৰ ইণ্ডিয়াই।

দেওবাৰে এয়াৰ ইণ্ডিয়াই এক বিবৃতিত কয় যে দিল্লী আৰু টেল আভিভ (ইজৰাইলৰ অন্যতম ডাঙৰ চহৰ)ৰ মাজত অনিৰ্দিষ্টকালৰ বাবে বিমান সেৱা বাতিল কৰাৰ সিদ্ধান্ত লৈছে। ১৪ এপ্ৰিল, দেওবাৰৰ পৰা কাৰ্যকৰী হ’ব এই সিদ্ধান্ত।

ভাৰতৰ ৰাজধানীৰ পৰা ইজৰাইলৰ এখন ডাঙৰ চহৰলৈ প্ৰতি সপ্তাহত চাৰিখনকৈ এয়াৰ ইণ্ডিয়াৰ বিমান চলাচল কৰে। টাটা গ্ৰুপৰ নিয়ন্ত্ৰিত বিমান সংস্থাটোৱে ইয়াৰ পূৰ্বে হামাছৰ আক্ৰমণৰ সময়ত ইজৰাইললৈ বিমান সেৱা বন্ধ কৰি দিছিল। অৰ্থাৎ ২০২৩ চনৰ ৭ অক্টোবৰ। প্ৰায় পাঁচ মাহৰ পিছত ৩ মাৰ্চৰ পৰা দুয়োখন দেশৰ মাজত বিমান সেৱা আৰম্ভ কৰে কোম্পানীটোৱে।

কিন্তু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰু যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে এই সেৱা স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে বুলি এয়াৰ ইণ্ডিয়াই জানিবলৈ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ