--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰ বি আইয়ে ২০০০ টকীয়া মুদ্ৰাৰ নোট উলিওৱাৰ কথা ঘোষণা কৰাৰ কেইদিনমানৰ পাছতে খাদ্য ডেলিভাৰী প্ৰতিষ্ঠান জোমাটো গ্ৰাহকে অৰ্ডাৰৰ বাবে নগদ ধন পৰিশোধ কৰা নোটেৰে পৰিপূৰ্ণ হৈ গৈছে। সোমবাৰে জোমাটোৱে কয় যে শুকুৰবাৰৰ পৰা ৭২% ‘কেছ অন ডেলিভাৰী’ অৰ্ডাৰ ২০০০ টকীয়া নোটত পৰিশোধ কৰা হৈছে।

ইয়াৰ পূৰ্বে জোমাট’ই এটা টুইটযোগে প্ৰচলনৰ পৰা ২০০০ টকীয়া নোট উলিওৱাৰ সন্দৰ্ভত আৰ বি আইৰ ঘোষণাক ধেমেলীয়াভাৱে লয়৷তদুপৰি আৰ বি আইয়ে ছেপ্টেম্বৰৰ শেষলৈকে দুহেজাৰ টকীয়া নোট বেংকত জমা দিয়াৰ বাবেও এক খিৰিকী আগবঢ়াইছে।

২০০০ টকীয়া নোট বিনিময় আৰু জমা কৰাৰ বাবে আৰ বি আইয়ে কয় যে কাউণ্টাৰৰ সিপাৰে বিনিময়ৰ সুবিধা পূৰ্বতে দিয়া ধৰণে সাধাৰণ পদ্ধতিৰে জনসাধাৰণক প্ৰদান কৰা হ’ব৷ইয়াৰ পূৰ্বে আৰ বি আইৰ গভৰ্ণৰ শক্তিকান্ত দাসে কয় যে ৩০ ছেপ্টেম্বৰৰ সময়সীমাৰ ভিতৰত প্ৰায় ২০০০ টকীয়া নোট ঘূৰাই দিয়াৰ সম্ভাৱনা আছে। আৰ বি আইয়ে বেংকসমূহক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ২০০০ টকীয়া নোট প্ৰদান বন্ধ কৰিবলৈ পৰামৰ্শ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু