--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : স্বাস্থ্যৰ উপকাৰৰ লক্ষ্যৰে প্লামক ইমিউনিটি বুষ্টাৰ বুলি ক’ব পাৰি। কিন্তু টেঙা আৰু মিঠা যেন লগা সৰু সৰু এই প্লামে আমাক ডাঙৰ ডাঙৰ ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। প্লামে বহু ধৰণৰ হৃদৰোগৰ পৰা আঁতৰাই ৰখাতো সহায় আমাক সহায় কৰে। প্লাম (Health Benefits Of Plum) সেৱন কৰাৰ অন্যান্য উপকাৰিতাৰ বিষয়ে জানো আহক।

 ১. ওজন কমোৱাত সহায় কৰে-

প্লাম খোৱাৰ ফলত ওজনো নিয়ন্ত্ৰণত থাকে। এই ফলত যথেষ্ট পৰিমাণে আঁহৰ উপৰি ছুপাৰ অক্সাইডো থাকে, যিয়ে শৰীৰত থকা চৰ্বি হ্ৰাস কৰাত সহায় কৰে।

 ২. প্লামক ইমিউনিটি বুষ্টাৰ বোলা হয়-

ক’ভিডৰ বাবে বহু লোকৰে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ অভিযোগ উত্থাপন হোৱা দেখা গৈছে। এনে অৱস্থাত প্লাম সেৱন কৰিব পাৰে। ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।

 ৩. কোষ্ঠকাঠিন্য দূৰ কৰে-

প্লাম সেৱন কৰিলে কোষ্ঠকাঠিন্যৰ লগতে চকুৰ সমস্যাও দূৰ হয়। সেইবাবেই প্লাম সেৱন কৰিব লাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ