--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাট টাইটাইনছৰ বিৰুদ্ধে দূৰ্দান্ত বেটিং কৰা ৰিংকু সিঙৰ প্ৰশংসাত ব্যস্ত হৈ পৰিছে সকলো। এইবাৰ প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ কাইফে বিৰাট কোহলীৰ স’তে তুলনা কৰিছে ৰিংকু সিঙক।

বাতৰি অনুসৰি, ষ্টাৰ স্প’ৰ্টছৰ সৈতে হোৱা কথা-বতৰাত প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ৰিংকু আৰু কোহলীৰ মাজত সাদৃশ্য আঙুলিয়াই দিয়ে। 

কাঈফে কয় যে ৰিংকুৰ দৰেই কোহলীয়েও আইপিএল কেৰিয়াৰৰ প্ৰথম কেইবছৰ লৱাৰ ডাউন অৰ্ডাৰত বেটিং কৰিছিল। তেনেদৰেই কোহলীয়ে দূৰ্দান্ত প্ৰদৰ্শন কৰাৰ আৰম্ভণি কৰিছিল।

‘চাওক, বিৰাট কোহলিয়ে ভাল খেলিবলৈ আৰম্ভ কৰাৰ সময়ত ৰিংকু স’তে একে বয়সৰ আছিল। প্ৰথম বছৰবোৰত কোহলীয়ে আৰচিবিৰ হৈ ৫-৬ নম্বৰত খেলিছিল; ৰিংকু সিংও তেনেকুৱাই।’’

ৰিংকুৰ প্ৰদৰ্শনক লৈ কাঈফে কয়- ''কি দূৰ্দান্ত প্ৰদৰ্শন! কে কে আৰ জয়ী হ’ব বুলি কোনেও আশা কৰা নাছিল, সকলোৱে টিভি বন্ধ কৰি দিছিল। কিন্তু ৰিংকু তাত আছিল।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে