--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২২ বছৰ বয়সতে এটাৰ পাছত আন এটা অভিলেখ ভংগ কৰিছে  যশস্বী জয়ছোৱালে।আজি ভাৰতীয় যুৱ অ’পেনাৰগৰাকীয়ে নিজৰ কেৰিয়াৰৰ দ্বিতীয়টো দ্বিশতক অৰ্জন  কৰে৷১৮ ফেব্ৰুৱাৰী দেওবাৰে ৰাজকোটৰ নিৰঞ্জন শ্বাহ ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা তৃতীয়খন টেষ্টৰ চতুৰ্থ দিনত এই কৃতকাৰ্যতা জয়ছোৱালে অৰ্জন কৰে৷

টি ব্ৰেকৰ পাছত যশস্বী জয়ছোৱালে মাত্ৰ ২৩১টা বলত নিজৰ দ্বিশতক সম্পূৰ্ণ কৰে। বিশাখাপট্টনমত ইংলেণ্ডৰ বিৰুদ্ধে খেলখনৰ দ্বিতীয়খন টেষ্টত যশস্বী জয়ছোৱালে মেচ বিজয়ী ২০৯ ৰান সংগ্ৰহ কৰিছিল। পূৰ্বৰ টেষ্টত দ্বিশতক অৰ্জন কৰা তেওঁ তৃতীয় কনিষ্ঠ ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈছিল আৰু ৯ দিনৰ বিৰতিৰ পাছত আৰম্ভ হোৱা গুৰুত্বপূৰ্ণ ৰাজকোট টেষ্টত যশস্বীয়ে শৃংখলাত নিজৰ অবিশ্বাস্য ফৰ্ম অব্যাহত ৰাখিছিল। 


দেওবাৰে যশস্বী জয়ছোৱালে টেষ্ট ক্ৰিকেটত ইংলেণ্ডৰ বিৰুদ্ধে দ্বিশতক অৰ্জন কৰা প্ৰথমজন ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয়।


ভাৰতৰ বাবে টেষ্ট ইনিংছত সৰ্বাধিক ছয়

যশস্বী জয়ছোৱাল - ১২টা ছিক্সাৰ
নৱজোৎ সিং সিদ্ধু - ১৯৯৪ চনত লক্ষ্ণৌত শ্ৰীলংকাৰ বিৰুদ্ধে ৮টা ছিক্সাৰ
মায়াংক আগৰৱালা - ২০১৯ চনত ইন্দোৰত বাংলাদেশৰ বিৰুদ্ধে ৮ টা ছিক্সাৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী