--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ বিৰুদ্ধে দ্বিপাক্ষিক শৃংখলাত বিৰাট কোহলীয়ে ৬৫৫ ৰান সংগ্ৰহ কৰিছিল। তেওঁক অভাৰটেক কৰে যশস্বী জয়ছৱালে। তেওঁ চাৰিখন টেষ্টতে ৬৫৫ ৰান সংগ্ৰহ কৰে। বৃহস্পতিবাৰে তেওঁ বিৰাটক ১ ৰানত অতিক্ৰম কৰে। এইবাৰ আগবাঢ়ি আছে কেৱল সুনীল গাওস্কৰ।

বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে ধৰ্মশালাত পঞ্চমখন টেষ্ট। সেই মেচত যশস্বীয়ে ৫৭ ৰান সংগ্ৰহ কৰিছিল। তেওঁ এটা ছিৰিজত ৭১২ ৰান সংগ্ৰহ কৰে। দ্বিতীয় ইনিংছত গাওস্কাৰক অভাৰটেক কৰিব পাৰে। ১৯৭১ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এই ছিৰিজত তেওঁ ৭৭৪ ৰান সংগ্ৰহ কৰিছিল। ২০১৬ চনত বিৰাটে ৬৫৫ ৰান সংগ্ৰহ কৰিছিল। সেইটো আছিল ইংলেণ্ডৰ বিৰুদ্ধে।

এই শৃংখলাৰ প্ৰথমখন খেলৰ পৰাই যশস্বী ফৰ্মত আছিল। হায়দৰাবাদত তেওঁ ৮০ ৰান সংগ্ৰহ কৰে। ইয়াৰ পিছৰ দুখন মেচত যশস্বীয়ে দুটা শতক অৰ্জন কৰে। ৰাঁচীত অনুষ্ঠিত চতুৰ্থ টেষ্টত তেওঁ ৭৩ ৰানৰ ইনিংছ খেলিছিল। ধৰ্মশালাত ৫৭ ৰান সংগ্ৰহ কৰি বাহিৰলৈ ওলাই আহে যসাস্বী। ফলত তেওঁ পাঁচখন টেষ্টত পঞ্চাশটা বা তাতকৈ অধিক ৰান সংগ্ৰহ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ