--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেস ডেস্কঃ ইংলেণ্ডৰ বিৰুদ্ধে বিৰাট কোহলীৰ অবিহনে ভাৰতে জয়লাভ কৰে শৃংখলা। সোমবাৰে ৰাঁচীত অনুষ্ঠিত হোৱা চতুৰ্থ টেষ্টত ৫ উইকেটত জয়লাভ কৰে। শৃংখলাত অংশগ্ৰহণ নকৰাৰ পিছতো কোহলীয়ে ভাৰতৰ খেলৰ ওপৰত চকু ৰাখিছিল। তেওঁ ৰোহিতক এই শৃংখলা জয় কৰাৰ বাবে অভিনন্দন জনায়।

চতুৰ্থ টেষ্ট শেষ হোৱাৰ পিছত কোহলীয়ে টুইট কৰি কয়, “আমাৰ যুৱ দলৰ বাবে ডাঙৰ ছিৰিজ জয়। তেওঁলোকে অধ্যৱসায়, দায়িত্ব আৰু ধৈৰ্য্য দেখুৱাই ধাৰাবাহিকখন জয়ী হৈছিল।"

দ্বিতীয় সন্তান জন্মৰ বাবে জাতীয় দলৰ পৰা ছুটী লৈছে কোহলীয়ে। প্ৰথম দুখন টেষ্টৰ পৰা আৰু তাৰ পিছত বাকী শৃংখলাৰ পৰা নাম প্ৰত্যাহাৰ কৰে। কিছুদিন আগতে তেওঁৰ দ্বিতীয় সন্তান অকয়াৰ জন্ম হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement