--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ডাইনোছৰৰ জগতখন মানৱ সমাজৰ বাবে সদায় ৰোমাঞ্চকৰ হৈ আহিছে। এই বিষয়ত নতুন কিবা এটা জানিবলৈ সমগ্ৰ বিশ্বতে প্ৰচেষ্টা চলোৱা হৈছে। শেহতীয়া কৈ অক্সফৰ্ড বিশ্ববিদ্যালয় আৰু বাৰ্মিংহাম বিশ্ববিদ্যালয়ৰ গৱেষকসকলে বৃহৎ সংখ্যক ডাইনোছৰৰ ভৰিৰ ছাপ লক্ষ্য কৰিছে। ইয়াৰ পূৰ্বেও ১৯৯৭ চনত একেটা অঞ্চলতে উদ্ধাৰ একেধৰণৰ ‘ডাইনোছৰ ঘাইপথ’ৰ সন্ধান পোৱা গৈছিল। এই সাক্ষ্যৰ পৰা স্পষ্ট হৈ পৰিছে যে এই অঞ্চলতোলৈ ডাইনোছৰে সঘনাই আহিছিল আৰু সেই নিৰ্দিষ্ট ভূখণ্ডক  ডাইনোছৰে নিজৰ ইচ্ছামতে যাবলৈ ব্যাপকভাৱে ব্যৱহাৰ কৰিছিল।

প্ৰাপ্ত খবৰ অনুসৰি ইংলেণ্ডৰ কুৱেৰীত অৱস্থিত খনিসমূহত অক্সফৰ্ড আৰু বাৰ্মিংহাম বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞসকলে ডাইনোছৰৰ ভৰিৰ ছাপ আৱিষ্কাৰ কৰিছে। দলটোৱে এনে ৫টা পথ আৱিষ্কাৰ কৰিছে বুলি জানিব পৰা গৈছে। যাৰ মাজেৰে এসময়ত ডাইনোছৰ অহাযোৱা কৰিছিল। এতিয়া এই পথটোক ‘ডাইনোছৰ হাইৱে’ বুলি অভিহিত কৰা হৈছে। এই গৱেষণাৰ পৰা জানিব পৰা গৈছে যে নিৰামিষভোজী চ’ৰ’পড ডাইনোছৰবোৰে চাৰিটা পৃথক পথত খোজ কাঢ়িছিল। আৰু এই অঞ্চলত পোৱা আটাইতকৈ দীঘল পথটো প্ৰায় ১৫০ মিটাৰ।

বিশেষজ্ঞসকলে ইয়াৰ জৰিয়তে ডাইনোছৰবোৰে কেনেকৈ খোজ কাঢ়িছিল, কিমান বেগেৰে দৌৰিব পাৰিছিল, ইয়াৰ আকাৰ কিমান ডাঙৰ আছিল আৰু ইটোৱে সিটোৰ লগত কেনেকৈ যোগাযোগ কৰিছিল। এই বিষয়ে জানিব পৰা হ’ব বুলি উল্লেখ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক