--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ উদং গাৰে নৃ্ত্য অথবা ফটোত প’জ দিয়াটো চলমান খানৰ অন্যতম ষ্টাইল ষ্টেটমেণ্ট। বুধবাৰেও ইনষ্টাগ্ৰামত তেওঁ নিজৰ পেশীবহুল শৰীৰ প্ৰদৰ্শন কৰি এটা পোষ্ট দিছে।

ভাই ডোজ উৎসৱ উপলক্ষে দিয়া প’ষ্টটোত তেওঁৰ এখন শেহতীয়া ক’লা বগা ফটো শ্বেয়াৰ কৰিছে। ফটোখনত কেপচন হিচাপে ‘হেপ্পী ভাই ডোজ’ লিখিছে।




তাৰপাছতে ইনষ্টাগ্ৰামত ধুমুহাৰ সৃষ্টি হৈছে। বলিউডৰ বহুকেইজন তাৰকাই ভাইজান চলমানক শুভেচ্ছা জনাইছে।

উল্লেখ্য যে বলিউডত আগৰ দৰেই ব্যস্ত আছে চলমান। সদ্যহতে তেওঁৰ মুক্তিলাভ কৰিব লগা ছৱিসমূহ হৈছে- কিচি কা ভাই কিচি কা জান, গডফাডাৰ, জেকুলিন ফাৰ্ণাণ্ডেজৰ স’তে কিক২ আৰু কেটৰিনা কাইফৰ স’তে কিটী-টাইগাৰ।

ছৱিৰ উপৰিও ৰিয়েলিটি শ্ব’ বিগ বছৰ ১৬ সংখ্যক ছিজনতো ব্যস্ত আছে চলমান খান।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক