--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ আই এছ পি এলত কলকাতা দলৰ স্বতাধিকাৰ হিচাপে বলীউডৰ তাৰকা কৰীণা কাপুৰ আৰু ছেইফ আলী খানে আত্মপ্ৰকাশ কৰে। কৰীণাই নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত এই খবৰটো শ্বেয়াৰ কৰে।

কলকাতা ISPLলীগৰ ষষ্ঠ আৰু অন্তিম দল, য’ত শ্ৰীনগৰ, চেন্নাই আৰু মুম্বাইৰ দৰে আন চহৰসমূহেও অংশগ্ৰহণ কৰে।

আই এছ পি এলৰ আন আন চেলিব্ৰীটি মালিকো আছে, য’ত আছে অক্ষয় কুমাৰ, অমিতাভ বচ্চন আৰু হৃতিক ৰোশন। ইফালে, ক্ৰমে চেন্নাই আৰু হায়দৰাবাদ দলৰ মালিক সুৰ্যা আৰু ৰাম চৰণ। মাৰ্চ মাহৰ প্ৰথম সপ্তাহত মুম্বাইত অনুষ্ঠিত হ’ব আই এছ পি এল।

ৱৰ্ক ফ্ৰণ্টত কৰীণা কাপুৰক শেষবাৰৰ বাবে দেখা গৈছিল নেটফ্লিক্সৰ জানে জান ছবিত।আৰু ভৱিষ্যতে আহি আছে সিংহাম এগেইন আৰু দ্য বাকিংহাম মাৰ্ডাৰ্ছ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement