--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ এতিয়াও অব্যাহত আছে। শেহতীয়াকৈ ইউক্ৰেইনৰ ফালৰ পৰা ৰাছিয়াত মাৰাত্মক আক্ৰমণ সংঘটিত হহৈছে। কিন্তু ৰাছিয়াই সোমবাৰে অৰ্থাৎ আজি ইউক্ৰেইনক ড্ৰ’ন আৰু মিছাইলেৰে বৃহৎ পৰিসৰত আক্ৰমণ কৰি ইয়াৰ প্ৰতিশোধ ল’লে ৷

ৰাছিয়াই এই আক্ৰমণত ইউক্ৰেইনৰ বহু অঞ্চলক লক্ষ্য কৰি লৈছে। উল্লেখ্য যে এই তথ্য ইউক্ৰেইনৰ বায়ুসেনাই দিছে। ৰাছিয়াৰ পক্ষৰ পৰা এই আক্ৰমণ আৰম্ভ হৈছিল প্ৰায় মাজনিশা, আৰু এতিয়াও চলি আছে। 

যোৱা কেইটামান সপ্তাহত ৰাছিয়াৰ পৰা এইটোৱেই আটাইতকৈ ডাঙৰ আক্ৰমণ বুলি বিবেচিত হৈছে। ৰাছিয়াৰ এই আক্ৰমণৰ উদ্দেশ্য আছিল ইউক্ৰেইনৰ শক্তি আন্তঃগাঁথনিক নিজৰ লক্ষ্য কৰি লোৱা। ইউক্ৰেইনৰ বায়ুসেনাৰ তথ্য অনুসৰি ৰাছিয়াৰ কেইবাটাও ড্ৰ’ন দলে দেশখনৰ পূব, উত্তৰ, দক্ষিণ আৰু মধ্য অঞ্চলৰ দিশে আগবাঢ়িছিল, তাৰ পিছত কেইবাটাও ক্ৰুজ আৰু বেলিষ্টিক মিছাইলো নিক্ষেপ কৰা হৈছিল।

বিষয়াসকলৰ মতে, ৰাজধানী কিয়েভত বিস্ফোৰণৰ শব্দ শুনা যায় আৰু চহৰখনৰ কিছুমান অঞ্চলত বিদ্যুৎ যোগান বন্ধ হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক