--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আয়োজক ইউএফএই এইবাৰৰ ইউৰো কাপৰ শ্ৰেষ্ঠ এঘাৰক বাছি লৈছে। তেওঁলোকে বাছি লোৱা শ্ৰেষ্ঠ এঘাৰখনত পৰ্তুগালৰ ক্রিষ্টিয়ানো ৰোনাল্ডো, ফ্ৰান্সৰ কাইলিয়ান এমবাপে, ইংলেণ্ডৰ হেৰী কেনৰ দৰে ফুটবলাৰ নাই৷ কিন্তু এইবাৰ ইউৰো কাপত ৰোনাল্ডোৱে বিশেষ দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰিলে।

দেওবাৰে ইংলেণ্ডক পৰাস্ত কৰি স্পেইনে ইউৰো কাপত জয়লাভ কৰে। ইউএফএই সেই দলৰ ছয়জন সদস্যক ৰাখিছিল। ইংলেণ্ডৰ এজন ফুটবলাৰহে আছে। ফ্ৰান্সৰ দুজন ফুটবলাৰক ধৰি ৰখা হৈছে। সেই দলটোত জাৰ্মানী আৰু ছুইজাৰলেণ্ডৰ এজনকৈ ফুটবলাৰ আছে।

ইউএফএই নিৰ্বাচিত শ্ৰেষ্ঠ একাদশ:

গ'লৰক্ষক: মাইক মেইগনান (ফ্ৰান্স)

ডিফেণ্ডাৰ: মাৰ্ক কুকেৰায়া (স্পেইন), উইলিয়াম চালিবা (ফ্ৰান্স), মেনুৱেল আকাঞ্জি (ছুইজাৰলেণ্ড), কাইল ৱাকাৰ (ইংলেণ্ড)

মিডফিল্ডাৰ: ফেবিয়ান ৰুইজ (স্পেইন), ডানি অলমো (স্পেইন), ৰড্ৰি (স্পেইন), নিকো উইলিয়ামছ (স্পেইন)

ফৰৱাৰ্ড : জামাল মুছিয়ালা (জাৰ্মানী), লেমিন ইয়ামাল (স্পেইন)

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ